নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

বসন্তৰ বতৰাৰে ফুলিল কেতেকীঃ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান ডুবিৰ কেতেকী ফুল

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ৰঙালীৰ বতৰা হৈ অসমীয়াৰ মাজলৈ আহিল বসন্ত৷ আৰু সেই বসন্তৰ বতৰা লৈ বজালীত চৌদিশ আমোলমোলাই ফুলিছে কেতেকী ফুল৷ কেতেকী ফুলৰ দৃশ্য আৰু সুগন্ধিয়ে প্রাণচঞ্চল কৰি তুলিছে বজালীৰ ডুবিবাসীৰ মন–প্রাণ৷ বজালীৰ ঐতিহ্যমণ্ডিত ডুবি…

বাজেট হাইলাইটঃ শিক্ষাৰ্থীক আইআইটি দৰ্শন-‘সেউজ অসম অভিযান’-চোৰাং চিকাৰৰোধী শিবিৰৰ নৱীকৰণ-সাতখনকৈ…

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত দাখিল কৰে সাধৰাণ বাজেট। ১। 'আৰোহণ'ৰ পুনঃউদ্বোধন কৰি নৱম শ্ৰেণীত প্ৰথম স্থান অধিকাৰ কৰা শিক্ষাৰ্থীসকলক ৰাজ্যৰ আই আই টি গুৱাহাটীৰ দৰে শিক্ষানুষ্ঠানৰ দৰ্শন কৰোৱা হ'ব।…

নেহৰু ষ্টেডিয়ামত আয়োজিত প্রদর্শনীমূলক ফুটবল খেল উপভোগ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ১১ মার্চঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি অসম ফুটবল সন্থা আৰু গুৱাহাটী ক্রীডা সন্থা তথা অন্যান্য ক্রীড়া সন্থাৰ সহযোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত এখন প্রদর্শনীমূলক ফুটবল খেল উপভোগ কৰাৰ লগতে বিজয়ী আৰু বিজিত দলক…

অসমত ষ্টাৰ্ট-আপ খণ্ডৰ বিকাশ সম্পৰ্কে মত বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ  আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী ভগৱত কিষাণৰাও কাৰাদৰ সৈতে অসমত ষ্টাৰ্ট-আপ খণ্ডৰ বিকাশ সম্পৰ্কে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ…

ইণ্ডো–বাংলাদেশ প্রটোকল পথেৰে গুৱাহাটীত উপস্থিত হোৱা মালবাহী জাহাজক পাণ্ডু বন্দৰত আদৰণি মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৬ মার্চঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত ইণ্ডো–বাংলাদেশ প্রটকল পথেৰে পাটনাৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱা প্রথমখন মালবাহী জাহাজ এম…

২০২৬ৰ নিৰ্বাচনত যোৰহাটত পুৱা জলপান খাম,দলঙেৰে মাজুলীত আহি ভাত খাম, আকৌ দলঙেৰে পাৰ হৈ ৰাতি বিহপুৰীয়াত…

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ: কথাৰে নহয় বন্ধু কামেৰেহে দিম আমাৰ পৰিচয় , বহু লোকে এতিয়া কৈ আছে আমাৰ প্ৰাৰ্থী ভুৱন গামে কথা কব নাজানে কিন্তু ৰাইজ মই আপোনালোকক সুধিছোঁ আপোনালোকক কামৰ মানুহ লাগেনে কথাৰ মানুহ লাগে ৷ মোক আপোনালোকে মুখ্যমন্ত্ৰী পাতিছে…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগঃ শুৱালকুছিত টেষ্ট পেপাৰ বিতৰণ

নিয়মীয়া বাৰ্তা, ২মাৰ্চঃ স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবছৰৰ দৰে এইবাৰো সমষ্টিটোৰ অন্তৰ্গত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিনামূলীয়া টেষ্ট পেপাৰ বিতৰণ কৰে ৷…

প্রধানমন্ত্রী গতি–শক্তি মাষ্টাৰ প্লেনৰ বাবে অনুষ্ঠিত উত্তৰ-পূব আঞ্চলিক সন্মিলনত অংশগ্রহণ…

নিয়মীয়া বাৰ্তা, ২৮ ফেব্রুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে প্রধান মন্ত্রী গতি–শক্তি মাষ্টাৰ প্লেনৰ পদক্ষেপে যোগাযোগৰ ক্ষেত্রত নতুন মাত্রা প্রদান কৰাৰ লগতে আন্তঃগাঁথনি আৰু অর্থনৈতিক বিকাশৰ ক্ষেত্রটো নতুন দিশলৈ লৈ যাব৷ তেওঁ লগতে…

সকলো জনগোষ্ঠীৰ ভাষা-সাহিত্যৰ বিকাশ হ’লেহে অসমীয়া সাহিত্যৰ বিকাশ হবঃ মুখ্যমন্ত্ৰী ড° হিমন্ত…

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ তিৱা ভাষা অসমৰ এটা প্ৰাচীন ভাষা ৷ সাহিত্য সৃষ্টি হয় প্ৰকৃতিৰ পৰা, প্ৰকৃতিৰ বিভিন্ন উপাদানৰ পৰা সাহিত্যই গজালি মেলে ৷ আৰু সেই সাহিত্যই জাতি জনগোষ্ঠীৰ সাহিত্যক সমৃদ্ধ কৰে ৷ ভাষা সাহিত্যৰ আন এটা ভেটি হ’ল লৌকিক…

মাজুলীত ২৭ ফেব্ৰুৱাৰীত সৰ্বানন্দ সোণোৱাল-৩ মাৰ্চত মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ হৈ পৰা সমষ্টিটোত ৰাজনৈতিক গৰম বতাহ বলিবলৈ ধৰিছে। বিভিন্ন ৰাজনৈতিক দলৰ হাইপ্ৰফাইল নেতাই ইতিমধ্যে সমষ্টিটোত ভিৰ কৰা পৰিলক্ষিত…