অৰুণাচলৰ ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ আজি অৰুণাচল প্ৰদেশৰ সোণালী জয়ন্তী বৰ্ষৰ লগতে ৩৬সংখ্যক ৰাজ্যিক দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইটানগৰত অনুষ্ঠিত হৈছে বৰ্ণাধ্য অনুষ্ঠানৰ। এই…