নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কঠোৰ BCCI : ১৫০ কিঃগ্ৰামতকৈ অধিক সামগ্ৰী কঢ়িয়ালে অতিৰিক্ত খৰচ খেলুৱৈৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জানুৱাৰীঃ অষ্ট্ৰেলিয়া ভ্ৰমণত ১-৩ৰ ব্যৱধানত পৰাজয়ৰ পিছত দলটোৰ অনুশাসনহীনতা আৰু প্ৰদৰ্শনক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে বিচিচিআই। ইয়াৰ বাবে শেহতীয়াকৈ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়। য’ত বহুতো নতুন…

২১ জানুৱাৰীত ১২ ঘণ্টীয়া অসম বন্ধ

নিয়মীয়া বাৰ্তা, ১৫ জানুবাৰীঃ ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰত ১৩ জানুৱাৰীত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ সংবাদ মেল  অনুষ্ঠিত হৈ যায়। সংবাদ মেলত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ…

ৰূপহীহাটৰ শিঙিমাৰীত পথ দুৰ্ঘটনা, আহত ১

নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ ৰূপহীহাটৰ শিঙিমাৰীত আজি পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এএছ-০২-এছ-৯৮৮৬ নম্বৰৰ এখন তীব্ৰ বেগী এল্টো বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰীক খুন্দা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটি ৷ উক্ত পথ দুৰ্ঘটনাত আহত হয় এজন…

ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা ৯ বাংলাদেশীক কাৰাদণ্ড

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জানুৱাৰীঃ অসমৰ চুবুৰীয়া ৰাজ্য কোচবিহাৰত ৯ বাংলাদেশীক গ্ৰেপ্তাৰ ৰেল সুৰক্ষা বাহিনী। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত ১৩ ছেপ্টেম্বৰত কোচবিহাৰৰ ৰেল ষ্টেচনত গ্ৰেপ্তাৰ হয় বাংলাদেশীকেইজন। বিগত ছটা মাহ কোচবিহাৰ জেলত…

ফিলিপিনছৰ ৰাষ্ট্ৰপতিৰে বৈঠক পবিত্ৰ মাৰ্ঘেৰিটাৰ,  প্ৰবাসী ভাৰতীয়ৰে মত বিনিময়

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জানুৱাৰীঃ সাতদিনীয়া চৰকাৰী কাৰ্যসূচীৰে সম্প্ৰতি বিদেশ ভ্ৰমণত ব্যস্ত থকা কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড আৰ মাৰ্ক'ছক সাক্ষাৎ কৰে। এই সাক্ষাতকালত…

মাছখোৱাত ভোগালীৰ উছাহৰ মাজতে নিন্দনীয় কৰ্ম উন্মত্ত লোকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জানুৱাৰীঃ ভোগালী বিহুৰ মাজনিশা ধেমাজি আৰক্ষী থানা অধীনৰ মাছখোৱা মাজগাৱঁত ভয়ংকৰ অঘটন৷ ধেমাজি মাছখোৱাৰ মাজগাঁও নিৱাসী অবসৰপ্ৰাপ্ত শিক্ষক সোণাৰাম কোচৰ ঘৰত যোৱা ৰাতি ১২ বজাত অচিনাক্ত লোকে এখন মটৰ চাইকেল নম্বৰ As 22…

পহিলা মাঘ : জয়হৰি পিতাৰ থানত ১২১টি শিশুৰ গৰখীয়া সেৱা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ পহিলা মাঘত নলবাৰী জিলাৰ ষাঠিকুছিস্থিত শ্ৰীশ্ৰী জয়হৰি পিতাৰ থানত অনুষ্ঠিত হ’ল ১২১টি শিশুৰ গৰখীয়াক সেৱা অনুষ্ঠান৷ জয়হৰি পিতাৰ থানৰ থান পদাধিকাৰ তথা উত্তৰ-পূৱ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ গণেশ…

কেজৰিৱালৰ বিৰুদ্ধে গোচৰ চলাবলৈ ইডিক অনুমতি গৃহ মন্ত্ৰালয়ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জানুৱাৰীঃ অশান্তি বাঢ়িছে অৰবিন্দ কেজৰিৱালৰ। সূত্ৰৰ মতে, সুৰা কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গৃহ মন্ত্ৰালয়ে ইডিক গোচৰ চলাবলৈ অনুমতি প্ৰদান কৰিছে। কিয়নো সুৰা কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড বুলি চিহ্নিত কৰা হৈছিল…

নিৰাপত্তাত নতুন দিশৰ সূচনা, ওলোমা দলঙেৰে পাৰ হ’ল সোণালী বান্দৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জানুৱাৰীঃ মাঘ বিহুৰ দিনটোতেই এটা ভাললগা খবৰ৷ সঘনাই মৃত্যুমুখত পৰা দুষ্প্ৰাপ্য সোণালী বান্দৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা৷ ৰাইজৰ সহযোগত বঙাইগাঁও জিলা প্ৰশাসনে সজোৱা প্ৰথমখন পৰীক্ষামূলক ওলোমা দলঙেৰে পাৰ হ’ল…

দেৰগাঁৱৰ দুই বান্ধৱীৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনী

প্ৰণৱ চক্ৰৱৰ্ত্তীৰ প্ৰতিবেদনঃ দেৰগাঁৱৰ দুই বান্ধবীৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনীয়ে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ব্যাপক চৰ্চা লাভ কৰিছে সমগ্ৰ অঞ্চল যুৰি।পৰিয়ালৰ কোনো ব্যক্তিৰ উপাৰ্জন নথকা দুগৰাকী শিক্ষিত যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে…