নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

৭ জুলাই : আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ জুলাই, আহাৰ মাহৰ ২২ তাৰিখ মঙলবাৰ : তিথি–সপ্তমী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই মেষ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷ পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ সন্তানৰ শুভ৷ বৃষ : শুভ ৰং নীলা, শুভ সংখ্যা ৬৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ…

ইনষ্টাগ্ৰামত শিশু সুৰক্ষাক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কেন্দ্ৰৰ

ইনষ্টাগ্ৰামত শিশুৰ যৌন শোষণৰ সৈতে জড়িত আপত্তিজনক পেইড বিজ্ঞাপন আৰু কন্টেন্টক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেটাক এনে সকলো কন্টেন্ট আৰু বিজ্ঞাপন তৎকালীনভাৱে আঁতৰাবলৈ নিৰ্দেশ…

শ্ৰীভূমিত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ ছিৰাপ জব্দ আৰক্ষীৰ

ডিজিটেল ডেস্ক, ৬ জুলাই : ড্ৰাগছ আৰু নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলি থকা আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ মাজতে শ্ৰীভূমি জিলাৰ লংগাই ৰোডত আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে নিষিদ্ধ কোডিন…

বিলাসীপাৰাত নিশা SBI শাখাত ভেন্টিলেটৰ ভাঙি সোমাল চোৰ

ডিজিটেল ডেস্ক, ৬ জুলাই : বিলাসীপাৰা চহৰৰ এছ বি আই শাখাত নিশা সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। ভেন্টিলেটৰ ভাঙি চোৰৰ দলে বেংকৰ ভিতৰত প্ৰৱেশ কৰি চি চি টিভিৰ হাৰ্ড ডিস্ক ভাঙি লণ্ডভণ্ড কৰাৰ লগতে আপডেট কৰা মেচিনৰো বিস্তৰ ক্ষতিসাধন কৰে। পিছত বিলাসীপাৰা…

জৰুৰীকালীন সেৱাত বৃহৎ পৰিৱৰ্তন, 112 নম্বৰতেই পাব সকলো সহায়

অসমত অতি সোনকালেই আৰম্ভ হ'ব সমন্বিত 112 জৰুৰীকালীন সঁহাৰি ব্যৱস্থা (Integrated Emergency Response System – 112)। ৰাজ্যিক কেবিনেট বৈঠকত আৰক্ষীৰ জৰুৰীকালীন সঁহাৰি ব্যৱস্থা উন্নীতকৰণৰ বাবে ১০০ কোটি টকাৰ প্ৰকল্প অনুমোদন জনোৱা হয়। নতুন ব্যৱস্থা…

ঢকুৱাখনাৰ পথাৰত আহাৰ মাহৰ ব্যস্ততা চহা খেতিয়কৰ

ডিজিটেল ডেস্ক, ঢকুৱাখনা, ৫ জুলাই : ন-পানীৰ ভৰুণ সোঁতে উপচাই তোলা পথাৰৰ বুকুত এতিয়া সপোন ৰচিবলৈ কান্ধত নাঙল তুলি পথাৰলৈ আহিছে চহা খেতিয়ক ৷ বৰষুণজাকৰ লগে লগে সেউজ সপোনবোৰ বুকুত বান্ধিয়েই গাঁৱৰ চহা কৃষকৰ বাঢ়িছে ব্যস্ততা। এতিয়া আহাৰ মাহ। আহাৰ…

বাল্য বিবাহৰ বিৰুদ্ধে ধূপধৰাত আৰক্ষীৰ অভিযান

ডিজিটেল ডেস্ক, দুধনৈ, ৬ জুলাই : ধূপধৰাত বাল্য বিবাহ কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ল দৰা। এই ঘটনাত আটক হয় দৰাৰ ভায়েক, কইনাৰ পিতৃসহ মুঠ পাঁচজন। গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰীত বাল্য বিবাহৰ অভিযোগক কেন্দ্ৰ কৰি সংঘটিত হৈছে এক…

ইংলেণ্ডক হৰুৱাই টি-২০ বিশ্বকাপ দখল অষ্ট্ৰেলিয়াৰ

বলাৰৰ অনবদ্য প্ৰদৰ্শন আৰু বেথ মুনীৰ দৰ্শনীয় অৰ্ধশতকৰ সৌজন্যত অষ্ট্ৰেলিয়াই মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেলত ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰি সপ্তমবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ মুকুট দখল কৰিছে। টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়…

বিশেষ লেখা : ভাৰতৰ ঐক্য আৰু প্ৰগতিৰ প্ৰতি উৎসৰ্গিত এটি  জীৱন

নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী আজি ৬ জুলাই। আজিৰ এই দিনটো  জাতীয়তাবাদ আৰু নিঃস্বাৰ্থ সেৱাৰ আদৰ্শক হৃদয়ত ৰোপণ কৰা অগণন লোকৰ বাবে এক বিশেষ দিন। মা ভাৰতীৰ প্ৰতি সাহস আৰু অদম্য দায়বদ্ধতাৰ পৰিচয় দি  কালজয়ী নিদৰ্শন হৈ পৰা  ড° শ্যামা…

বনৰীয়া হাতীৰ গচকত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনকৰ্মী

বকোৰ মৌমান চানমাৰীত অঘটন। বনৰীয়া হাতীৰ গচকত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনকৰ্মী। আঘাতপ্ৰাপ্ত ফৰেষ্ট বেটেলিয়ানজন জয়ন্ত কলিতা। কুঁৱাত পৰা হাতীৰ পোৱালি এটাৰ উদ্বাৰ অভিযানত গৈছিল বন বিভাগ। তেনে সময়ত হাতী এটাই আক্ৰমণ কৰে বনকৰ্মীজনক।…