নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মাৰ্ঘেৰিটাত কাব্য দিন উদযাপন, আঢ়ৈ কুৰি কবিৰ কবিতা পাঠেৰে জীপাল কয়লানগৰী

ডিজিটেল ডেস্ক, মাৰ্ঘেৰিটা, ৫ জুলাই : সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী ‘কাব্য দিন’ আজি মাৰ্ঘেৰিটা জয়ানগৰস্থিত জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হয়। তিনিচুকীয়া জিলা কবি সন্মিলন আৰু…

যোৰহাটৰ ফৰেষ্টাৰ মন্টু হাজৰিকাক চাকৰিৰ পৰা নিলম্বন

ডিজিটেল ডেস্ক, ৫ জুলাই : যোৰহাট বন সংমণ্ডলৰ এজন বনকৰ্মীৰ এক অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পাছতে তেওঁক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। সামাজিক মাধ্যমত শনিবাৰে যোৰহাট বন সংমণ্ডলৰ ফৰেষ্টাৰ-২ মন্টু হাজৰিকা আৰু এজন যুৱকৰ মাজৰ কথোপকথনৰ এক অডিঅ' ক্লিপ…

আগন্তুক মেলব’ৰ্ন ভ্রমণকালত প্রধানমন্ত্রী মোদীক হত্যাৰ আশংকা !

ডিজিটেল ডেস্ক, ৫ জুলাই : পুনৰ প্রাণনাশৰ ভাবুকি প্রধানমন্ত্রী মোদীক! প্রধানমন্ত্রীগৰাকীৰ আগন্তুক অষ্ট্রেলিয়া ভ্রমণৰ পূর্বে ছ’চিয়েল মিডিয়াৰ এটা কমেণ্টক লৈ সৃষ্টি হৈছে আশংকাৰ৷ এই ঘটনাৰ খবৰ পায়ে তৎপৰ হৈ পৰিছে অষ্ট্রেলিয়া প্রশাসন৷ তদন্তত নামিছে…

ছয়গাঁৱত খাৱৈত বাগৰিল যাত্ৰীবাহী আল্ট্ৰা বাছ

ডিজিটেল ডেস্ক, ৫ জুলাই : দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোৱৰ্ধন অঞ্চলত দেওবাৰে এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী আল্ট্ৰা বাছ পথৰ কাষৰ খাৱৈত বাগৰি পৰাত যাত্ৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। অৱশ্যে কথমপি প্ৰাণৰক্ষা…

কুমাৰ ভাস্কৰ বৰ্মা সেতুত নতুন নিষেধাজ্ঞা, কঠোৰ আৰক্ষী

ডিজিটেল ডেস্ক, ৫ জুলাই : গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুত যান-বাহনৰ সুৰক্ষা আৰু শৃংখলা বজাই ৰাখিবলৈ মহানগৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এইক্ষেত্ৰত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ক্ষেত্ৰত কেইবাটাও কঠোৰ নিষেধাজ্ঞা জাৰি…

প্ৰেমৰ ছলনাৰে তিনি দিন কোঠাত আবদ্ধ কৰি মহিলাৰে অপকৰ্ম পুৰোহিতৰ

ৰাজ্যত পুনৰ ধৰ্ষণৰ দৰে এক জঘন্য ঘটনা সংঘটিত হৈছে। এগৰাকী পুৰোহিতৰূপী লম্পটৰ নিৰ্লজ্জ কাণ্ডই এতিয়া জোকাৰিছে সমগ্ৰ ওদালগুৰি। ওদালগুৰি জিলাৰ ২নং বৰংগাজুলি নালাপাৰাৰ ৰিংকু শৰ্মা নামৰ পুৰোহিতগৰাকীৰ কু-কৰ্মই এতিয়া সমগ্ৰ জিলাখনতে সৃষ্টি কৰিছে…

বিশ্বজোৰা নজিৰ গঢ়িব ভাৰতীয় আয়ুর্বেদে

ডিজিটেল ডেস্ক, ৫ জুলাই : কেৰালামে বহুদিন ধৰি আয়ুর্বেদক কামত লগাই নিজৰ অর্থনীতিৰ মেৰুদণ্ড শক্তিশালী কৰি তুলিছে৷ ৰাজস্থান, গুজৰাটতো আয়ুর্বেদে অনেক অগ্রগতি লাভ কৰিছে৷ পশ্চিমবংগত শাসনৰ বাঘজৰী সলনি হোৱাৰ পিছত পুনৰ ৰাজ্যখনলৈ উভতি আহিছে আয়ুর্বেদৰ…

গোসাঁইগাঁৱত অবৈধ কাঠ মিলত চলিল বন বিভাগৰ বুলড’জাৰ

ডিজিটেল ডেস্ক, ৫ জুলাই : ৰাজ্যৰ বনমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি অবৈধ কাঠ ফলা মিল উচ্ছেদ আৰু অবৈধ কাঠ জব্দ কৰাৰ যি অভিযান চলিছে, সেই সময়তে ৰাজ্যৰ আন ঠাইৰ লগতে কোকৰাঝাৰ জিলাৰ কচুগাঁও বন সংমণ্ডলেও অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰাৰ লগতে কাঠ মিলত মজুত…

কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

ডিজিটেল ডেস্ক, ৫ জুলাই : ফিফা বিশ্বকাপ ২০২৬ৰ অন্তিম ১৬ৰ মুখামুখিত সহ-আয়োজক কানাডাক ৩-০ গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে মৰক্কো। এই জয়েৰে দলটোৱে আয়োজক কানাডাৰ স্মৰণীয় অভিযানৰো সামৰণি…

চলন্ত বলেৰ’ বাহন সোমাল দোকানৰ ভিতৰত, কথমপি প্ৰাণৰক্ষা

ডিজিটেল ডেস্ক, ৫ জুলাই : মৈৰাবাৰীত শনিবাৰে সন্ধিয়া এক চাঞ্চল্যকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী মহিন্দ্ৰা বলেৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত অৱস্থিত এখন গেলামাল দোকানৰ ভিতৰত সোমাই পৰে। দক্ষিণ মৈৰাবাৰীত বলেৰ’ বাহনখনে হঠাতে…