নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

প্রতীক্ষাৰ অন্ত : আজিৰে পৰা আৰম্ভ ক্ৰিকেটীয় মহাৰণ চেম্পিয়নছ ট্রফী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ প্রতীক্ষাৰ অন্ত৷ আজিৰে পৰা আৰম্ভ হ’ব আইচিচি চেম্পিয়নছ ট্রফী ২০২৫৷ সুদীর্ঘ ২৯ বছৰৰ পিছত পাকিস্তানৰ মাটিত অনুষ্ঠিত হ’ব আইচিচিৰ প্রতিযোগিতা৷ ১৯৯৬ চনৰ এদিনীয়া বিশ্বকাপেই আছিল পাকিস্তানৰ মাটিত অন্তিমটো…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ ফেব্রুৱাৰী, ফাগুন মাহৰ ৬ তাৰিখ বুধবাৰ : তিথি– কৃষ্ণা সপ্তমী, নক্ষত্র : স্বাতী, যাত্রা : শুভ মেষঃ স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত অশান্তি হ’ব পাৰে৷ চাকৰিৰ স্থান সলনি হ’ব পাৰে৷ অর্শ জাতীয় ৰোগক লৈ চিন্তা হ’ব পাৰে৷ পঢ়া–শুনাৰ বাবে…

ৰঞ্জিত কুমাৰ ৰায়ক বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰূপে নিযুক্তি

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৮ ফেব্ৰুৱাৰী : সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰূপে নিযুক্তি পালে ৰঞ্জিত কুমাৰ ৰায়ে। উল্লেখ্য যে কালি সন্ধিয়া বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ…

চিডিএচিত ৩৪টা চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ ফেব্রুৱাৰী চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভাঞ্চড কম্পিউটিং (চিডিএচি) চেণ্টাৰত নিযুক্তিৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

টাইপাৰ বিৰুদ্ধে শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ এজাহাৰ

🔹 সুমতি কামনাৰে ১০৮ খন প্ৰাথমিক শাখাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী : টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই সোণাৰিত সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু সংবিধান দাহ কৰাৰ পাছতেই সৰৱ হৈ পৰিছে সংঘৰ ভকত আৰু আই-মাতৃসকল…

এজন খেলুৱৈৰ ওপৰত নির্ভৰ নকৰিব

🔹 টীম ইণ্ডিয়ালৈ পৰামর্শ কপিল দেৱৰ নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : আইচিচি চেম্পিয়নছ ট্ৰফীৰ পূর্বে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিলে প্রাক্তন কিংবদন্তি পেচ বলাৰ কপিল দেৱে৷ আঠটা দলৰ মাজত হ’বলগীয়া আইচিচিৰ সন্মানীয়…

জে’লতে থাকিব লাগিব চুমি–বিশাল–তার্কিক

🔹 ৰাজ্য কঁপোৱা অনলাইন ট্রেডিং কেলেংকাৰি ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ ফেব্রুৱাৰী : কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পথ এতিয়াও প্রশস্ত হোৱা নাই কেইবাহাজাৰ কোটিটকীয়া ট্রেডিং কেলেংকাৰিৰ মূল অভিযুক্ত চুমি বৰা, বিশাল ফুকন আৰু তার্কিক বৰাৰ৷ ডিব্রুগড়ৰ বৰবৰুৱা…

নদীপথেৰে ২৪৮ কিঃমিঃ অতিক্রম মহাকুম্ভৰ ভক্তৰ

🔹 বিহাৰৰ যুৱকৰ অভিনৱ যাত্রা নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : পুণ্য লাভৰ আশাত উত্তৰ প্রদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভমুখী হৈ পৰিছে সমগ্র ভাৰত৷ সময় যিমানে আগবাঢ়িছে সিমানে প্রয়াগৰাজৰ পুণ্যতীর্থত জনতাৰ ভিৰ বৃদ্ধি পাইছে৷ কোটি কোটি মানুহৰ…

চিৰাঙত বিচাৰ বিভাগত পিয়নৰ পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ ফেব্রুৱাৰী চিৰাঙৰ মুখ্য জুডিচিয়েল মেজিষ্ট্রেট কার্যালয়ত এটি পিয়ন পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

নিঃশেষৰ পথত ওদালগুৰিৰ ননৈ অভয়াৰণ্য

🔹 বন্যপ্রাণীৰ বিচৰণভূমিত দিনে–নিশাই গছ কাটি তহিলং নিয়মীয়া বার্তা, ভেৰগাঁও, ১৮ ফেব্রুৱাৰী : ওদালগুৰি জিলাৰ ভূটান সীমান্তৱর্তী প্রাকৃতিক মনোমোহা অঞ্চল তথা ধনশিৰি বন সংমণ্ডলৰ অধীনৰ বিভিন্ন মূল্যৱান গছ–গছনি আৰু বিভিন্ন বন্য জীৱ–জন্তুৰ…