সংসদৰ বর্ষাকালীন অধিৱেশনৰ দিন ঘোষণা সংসদীয় পৰিক্রমা মন্ত্রীৰ
ডিজিটেল ডেস্ক, ৫ জুলাই : সংসদৰ বর্ষাকালীন অধিৱেশনৰ দিন ঘোষণা কৰিলে মোদী চৰকাৰে৷ সংসদীয় পৰিক্রমা মন্ত্রী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমত শনিবাৰে জনায় যে ২০ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বর্ষাকালীন অধিৱেশন৷ এই অধিৱেশন চলিব ১৩ আগষ্টলৈকে৷ কেন্দ্রীয়…