বিশ্বকাপৰ সপোন আধৰুৱা : আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় নেইমাৰৰ
ফিফা বিশ্বকাপ ২০২৬ত নৰৱেৰ হাতত ব্ৰাজিল ২-১ গ'লত পৰাস্ত হোৱাৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিলে ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰে।
৩৪ বছৰীয়া এই তাৰকাই ব্ৰাজিলৰ হৈ ১২৯খন আন্তঃৰাষ্ট্ৰীয় মেচত ৮০টা গ'ল কৰি দেশখনৰ পুৰুষ দলৰ সৰ্বাধিক…