নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জিএমচিএইচত অত্যাধুনিক এমআৰআই সেৱা মুকলি মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন মাত্রা প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্রৰ অত্যাধুনিক এমআৰআই সেৱা আনুষ্ঠানিকভাৱে মুকলি…

বাঘিনীৰ সংগ বিচাৰি ৩০০ কিলোমিটাৰ যাত্রা জ’নীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ বনৰীয়া প্রাণীৰ কিছুমান কাণ্ডই কেতিয়াবা জীৱশ্রেষ্ঠ মানুহকো গভীৰভাৱে ভাবিবলৈ বাধ্য কৰায়৷ তেনে এক কাণ্ড সংঘটিত হৈছে মতা বাঘ জ’নীৰ ক্ষেত্রত৷ মহাৰাষ্ট্রৰ টিপেশ্বৰ বন্যপ্রাণী অভয়াৰণ্যৰ বাঘ জ’নীয়ে বাঘিনীৰ সংগ…

কৃত্রিম বৰষুণ : আপ চৰকাৰে বিচাৰিলে কেন্দ্রৰ অনুমোদন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ ৰাজধানী দিল্লীৰ ভয়াৱহ বায়ু প্রদূষণৰ মাত্রা নিয়ন্ত্রণ কৰিবলৈ কৃত্রিম বৰষুণৰ পোষকতা কৰি কেন্দ্রৰ অনুমোদন বিচাৰিছে দিল্লীৰ আপ চৰকাৰে৷ চৰকাৰৰ পৰিৱেশ মন্ত্রী গোপাল ৰায়ে বায়ু প্রদূষণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি…

অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ৷ অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈ আছে৷- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ৷ সাংবাদিকৰ আগত ২০২৬ত চৰকাৰ গঠনৰ সপোন দেখা ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈক…

থিয়েটাৰৰ মঞ্চ উদ্বোধন : বামুন্দীত সমাজে এঘৰীয়া কৰিলে শিক্ষকক

বিশেষ বাৰ্তা, ২০ নৱেম্বৰঃ শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বামুন্দীৰ শিলিগুৰিত এগৰাকী শিক্ষকক ৰাইজে এঘৰীয়া কৰি শাস্তি বিহা ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ স্থানীয় সূত্ৰৰ পৰা জানিব পৰামতে শিলিগুৰিৰ ৰাইজ গয়ৰহখন ভূমিকেন্দ্ৰিক বিবাদৰ…

মঙলদৈত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ স্মাৰক বক্তৃতানুষ্ঠান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ অখিল ভাৰতীয় সাহিত্য পৰিষদৰ দৰং জিলা সমিতি আৰু মংগলদৈ বাণিজ্য মহাবিদ্যালয়ৰ যৌথ উদ্যোগত মংগলদৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, শিক্ষাবিদ (অধ্যাপক) শৰৎ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতা অনুষ্ঠান আৰু…

পাঠশালাত কেৰিয়াৰ কাউন্সেলিং-বৃত্তিমূলক গাইডেন্স কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ "আমি কোনো বেয়া কাম নকৰি, কোনো বে-আইনী কাম নকৰি, যি সৎ কামেৰে পৰিয়ালৰ ভৰণ পোষণ কৰিব পাৰো, সেয়াই হৈছে সফলতা৷" এই মন্তব্য অসমৰ কম্পিউটাৰ শিক্ষাৰ অন্যতম আগৰণুৱা ব্যক্তি CECৰ প্ৰতিষ্ঠাপক দিপাংকৰ দত্তৰ৷ জিলা…

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী : পার্থ টেষ্টলৈ সাজু আঘাতজর্জৰ টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ পার্থত ভাৰত–অষ্ট্রেলিয়াৰ মাজত আৰম্ভ হ’ব ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ প্রথমখন টেষ্ট৷ পার্থ টেষ্টলৈ মাজতে মাথোঁ দুটা দিন বাকী থকা অৱস্থাত টীম ইণ্ডিয়াৰ সন্মুখত দেখা দিছে বৃহৎ প্রত্যাহ্বান৷ দলটোৰ…

মৰিয়নিত শিশু অধিকাৰ সপ্তাহ পালন

বিশেষ বাৰ্তা, ২০ নৱেম্বৰঃ অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্য্যসূচীৰ অন্তৰ্গত মৰিয়নি আৰক্ষীৰ উদ্যোগত শিশু অধিকাৰ সপ্তাহ উদযাপন কৰা হয়। সেই উপলক্ষ্যে মৰিয়নিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিদ্যালয়ৰ শিশুসকলক লৈ এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত তিতাবৰ…

কৰাচীত ক্রিকেটাৰক থাকিবলৈ দিয়া হোটেলত অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ নিজৰ দেশত চেম্পিয়নছ ট্ৰফী ২০২৫ আয়োজন কৰিবলৈ সম্প্রতি কঠোৰ পৰিশ্রম কৰি আছে পাকিস্তান ক্রিকেট ব’র্ডে৷ পিচিবিৰ এই আয়োজনৰ মাজতে একপ্রকাৰ বাধাৰূপে থিয় দিছে টীম ইণ্ডিয়া৷ কিয়নো ভাৰত চৰকাৰে নিজৰ খেলুৱৈসকলৰ…