নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মধুৰিআমে সলনি কৰিলে গোলকগঞ্জৰ মিজানুৰৰ জীৱন…

ডিজিটেল ডেস্ক, আগমনি, ৪ জুলাই : চাকৰিৰ অনিশ্চয়তা আৰু হতাশাক পিছ পেলাই কৃষিকেই জীৱনৰ নতুন পথ হিচাপে বাছি লৈ আজি স্বাৱলম্বিতাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে গোলকগঞ্জৰ লক্ষীমাৰী গাঁৱৰ উচ্চ শিক্ষিত যুৱক মিজানুৰ ৰহমান সৰকাৰে। পূৰ্বে…

নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত যুৱক

🔹 নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। 🔹 ৰুক্মিণীগাঁৱৰ উৰণ সেতুৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা। 🔹 ৰৈ থকা এখন GMCৰ বাহনত খুন্দা এগৰাকী বাইক আৰোহীৰ। 🔹 থিতাতে নিহত হয় বাইক আৰোহীজন। 🔹 মৃত যুৱকজন ২৬ বছৰীয়া দিব্যাংশু…

ধুবুৰীত বৃদ্ধক শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱা কুলাংগাৰ পুত্ৰক আটক

অৱশেষত ধুবুৰী আৰক্ষীয়ে কৰায়ত্ত কৰিলে পিতৃক মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলোৱা কুলাংগাৰ পুত্ৰক। স্মৰ্তব্য যে বিগত ২৪ জুনৰ দিনা ধুবুৰীৰ চি আৰ দাস ৰোডৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধই ধুবুৰী সদৰ থানাত নিজৰ পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল…

মানচেষ্টাৰত আজি ভাৰত-ইংলেণ্ডৰ দ্বিতীয় টি–২০

ডিজিটেল ডেস্ক, ৪ জুলাই : ঘৰুৱা দল ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজৰ পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি (৪ জুলাই) মানচেষ্টাৰত অনুষ্ঠিত হ’ব৷ শৃংখলাৰ প্রথমখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হোৱাত আজিৰ মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূর্ণ…

অপ্ৰয়োজনীয় সাৰ ক্ৰয়ত বাধ্য কৰাব নোৱাৰিব কৃষকক : কৃষিমন্ত্ৰী পীয়ূষ হাজৰিকা

ডিজিটেল ডেস্ক, ৪ জুলাই : অসম চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই শুকুৰবাৰে বিহালীৰ বৰগাংস্থিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ আৰু বিশ্বনাথৰ বিশ্বনাথ চাৰিআলিস্থিত কমলাকান্ত নাট্য সমাজত জিলা কৃষি বিভাগৰ উদ্যোগত…

শ্বাসৰুদ্ধকৰ মেচত কোবা ভাৰ্ডেক হৰুৱাই প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ আৰ্জেণ্টিনা

ডিজিটেল ডেস্ক, ৪ জুলাই : বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাই ফিফা বিশ্বকাপৰ ইতিহাসৰ অন্যতম স্মৰণীয় বিপদৰ পৰা অতি কষ্টেৰে ৰক্ষা পাই প্ৰথমবাৰৰ বাবে বিশ্বকাপত অংশগ্ৰহণ কৰা কাবো ভাৰ্ডেক অতিৰিক্ত সময়ত ৩-২ গ'লত পৰাস্ত কৰি মিয়ামিৰ আলোকোজ্জ্বল পৰিৱেশত…

সম্পাদকীয় : আহক, এডাল গছ ৰোওঁ

সামৰিক নহয়, আধুনিক বিশ্বৰ সবাতোকৈ বৃহৎ যুঁজখনেই হ’ল মানুহ বনাম প্রকৃতি৷ অন্য অর্থত ক’ব খুজিলে কংক্রিট আৰু অৰণ্যৰ যুঁজেই এতিয়া সকলোতকৈ কঠিন যুঁজ৷ কংক্রিটৰ সর্বগ্রাসী আগ্রাসনত ক্রমাৎ উদ্বেগজনকভাৱে টুটি আহিছে সেউজ অৰণ্য৷ যি অৰণ্য ধ্বংস কৰি…

৪ জুলাই : আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ জুলাই, আহাৰ মাহৰ ১৯ তাৰিখ শনিবাৰ : তিথি– চতুর্থী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই মেষ : আজি নিজৰ শক্তিক বিশ্বাসত লওক৷ অবাবত সময় নষ্ট হ’ব পাৰে৷ কাকো মিছা প্রতিশ্রুতি নিদিব৷ বিদ্যাত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷ বৃষ : আনৰ মন সহজে জয়…

ব্যৰ্থতা অব্যাহত দক্ষিণ আফ্ৰিকাৰ, টি-২০ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড

২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপৰ দ্বিতীয় ছেমিফাইনেলত ইংলেণ্ডৰ হাতত ৪০ ৰানত পৰাজিত হৈ পুনৰ মুকুট জয়ৰ সপোন ভংগ হ'ল দক্ষিণ আফ্ৰিকাৰ। লণ্ডনৰ কেনিংটন অভেলত অনুষ্ঠিত মেচখনত জয়লাভ কৰি ইংলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে। এই পৰাজয়ৰ সৈতে দক্ষিণ আফ্ৰিকাই…

ভয়ানক পথ দুৰ্ঘটনাত গেছভৰ্তি এলপিজি টেংকাৰ বিস্ফোৰণ, নিহত ৫

ডিজিটেল ডেস্ক, ৩ জুলাই : উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই এখন এলপিজি টেংকাৰে ৰাজপথৰ টোল প্লাজাৰ ডিভাইডাৰত খুন্দা মৰাৰ লগে লগে প্ৰচণ্ড বিস্ফোৰণ ঘটে। মুহূৰ্ততে টেংকাৰখন, টোল প্লাজা আৰু কাষৰীয়া…