ৰাষ্ট্রীয় সুৰক্ষালৈ ভাবুকি
দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু সার্বভৌমত্ব বিপন্ন কৰিবলৈ অহৰহ চক্রান্ত চলাই আহিছে চুবুৰীয়া পাকিস্তানে৷ ধর্মভিত্তিক দেশ বিভাজনৰ পাছত পাকিস্তানে বিগত আঠ দশক ধৰি ভাৰতবিৰোধী অভিযানত ব্যস্ত হৈছে৷ এইক্ষেত্রত চুবুৰীয়া দেশখনৰ কুখ্যাত চোৰাংচোৱা সংস্থা…