শাৰীৰিক সম্পর্ক নহ’লে পত্নীৰ অন্য পুৰুষৰে প্রেম পৰকীয়া নহয়
🔹 দম্পতীৰ বিবাদৰ গোচৰত মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়
নিউজ ডেস্ক, ১৬ ফেব্রুৱাৰী : স্বামীৰ উপৰি অন্য কোনো পুৰুষৰ সৈতে পত্নীৰ সম্পর্ক থাকিব পাৰে৷ কিন্তু শাৰীৰিক সম্পর্ক নাথাকিলে অন্য পুৰুষৰ সৈতে থকা প্রেমক পৰকীয়া বুলি ক’ব পৰা…