দেৰগাঁৱত নিশা চোকা অস্ত্ৰৰ আক্ৰমণত এজনৰ জীৱন শেষ
ডিজিটেল ডেস্ক, ২ জুলাই : দেৰগাঁৱত বুধবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। পাপু ৰাজবংশী নামৰ এজন লোকৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত হয় ৰঞ্জিত দাস নামৰ এজন ব্যক্তি। দেৰগাঁৱৰ ছ-গুৰি কছাৰী গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ডৰ…