নিয়োগ বাৰ্তা ইউকো বেংকত ৬৮টা স্পেচিয়েলিষ্ট বিষয়াৰ পদ খালী নিয়মীয়া বাৰ্তা Jan 18, 2025 📌 ইউকো বেংকত ৬৮টা স্পেচিয়েলিষ্ট বিষয়াৰ পদ খালী
ক্রীড়া-জগত ৰঞ্জি ট্রফীৰ বাবে দিল্লী দলত কোহলি–পণ্ট নিয়মীয়া বাৰ্তা Jan 18, 2025 🔹 যুৱ খেলুৱৈৰ নেতৃত্বত খেলিব দুই অভিজ্ঞ ক্ৰিকেটাৰে নিউজ ডেস্ক, ১৮ জানুৱাৰী : বিচিচিআয়ে এতিয়াৰ পৰা ভাৰতীয় দললৈ নির্বাচিত হোৱাৰ বাবে সকলো খেলুৱৈৰ বাবে ঘৰুৱা ক্রিকেটত অংশগ্রহণ বাধ্যতামূলক কৰিছে৷ অন্যথা কোনো খেলুৱৈয়ে ভাৰতীয় দলক প্রতিনিধিত্ব…
ক্রীড়া-জগত মনু ভাকেৰসহ ৪গৰাকী খেলুৱৈক খেলৰত্ন বঁটা প্রদান নিয়মীয়া বাৰ্তা Jan 18, 2025 🔹 ৰাষ্ট্রপতি ভৱনত দ্রৌপদী মুর্মুৰ পৰা গ্রহণ কৰিলে সন্মানীয় বঁটা নিউজ ডেস্ক, ১৮ জানুৱাৰী : পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰা ভাৰতৰ তাৰকা মহিলা শ্বুটাৰ মনু ভাকেৰ, বিশ্ব দবা চেম্পিয়ন ডি গুকেশ, ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু…
ক্রীড়া-জগত সাংসদ প্রিয়াৰে বাগদান সম্পন্ন ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙৰ নিয়মীয়া বাৰ্তা Jan 18, 2025 নিউজ ডেস্ক, ১৮ জানুৱাৰী : নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে টীম ইণ্ডিয়াৰ বিস্ফোৰক বেটাৰ ৰিংকু সিঙে৷ সমাজবাদী পার্টীৰ সাংসদ প্রিয়া সৰোজৰ সৈতে বাগদান সম্পন্ন হয় ৰিংকু সিঙৰ৷ অৱশ্যে এই সন্দর্ভত প্রিয়াৰ লগতে ৰিংকু সিঙে ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা…
দেশ বিদেশ গ্রেপ্তাৰ হোৱা নাই অভিনেতা ছঈফৰ আক্রমণকাৰী নিয়মীয়া বাৰ্তা Jan 18, 2025 🔹 এসপ্তাহ পূর্বে শ্বাহৰুখৰ বাসগৃহলৈও গৈছিল দুর্বৃত্ত 🔹 তদন্ত ক্ষিপ্রতৰ কৰিছে মুম্বাই আৰক্ষীয়ে নিউজ ডেস্ক, ১৮ জানুৱাৰী : বলীউড তাৰকা ছঈফ আলী খানক নিজ বাসভৱনতে দুর্বৃত্তই শিহৰণকাৰী আক্রমণ কৰা ঘটনাৰ তদন্ত মুম্বাই আৰক্ষীয়ে ক্ষিপ্রতৰ কৰি…
আন্তঃৰাষ্ট্ৰীয় ৮৭ সন্তানৰ পিতৃ ৩২ বছৰীয়া তৰুণ কাইল জর্ডি নিয়মীয়া বাৰ্তা Jan 18, 2025 🔹 অবাস্তৱ যেন লাগিলেও এয়া সত্য নিউজ ডেস্ক, ১৮ জানুৱাৰী : সন্তানৰ পিতৃ–মাতৃ হ’বলৈ কোনে নিবিচাৰে, তথাপি বর্তমান পৰিয়াল পৰিকল্পনাৰ যুগত সকলোৰে এটা বা দুটাহে সন্তান থাকে৷ কিন্তু ৩২ বছৰৰ যুৱক কাইল জর্ডি ৮৭টা সন্তানৰ পিতৃ৷ শুনিবলৈ অবাস্তৱ যেন…
ক্রীড়া-জগত শিখৰ ধাৱনক ডাঙৰ সকাহ দিল্লী উচ্চ ন্যায়ালয়ৰ নিয়মীয়া বাৰ্তা Jan 18, 2025 নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ শিখৰ ধাৱনক ডাঙৰ সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। ডিবি ডিক্সন বেটাৰী নামৰ এটা কোম্পানীয়ে শিখৰ ধাৱনৰ ব্ৰেণ্ড মূল্য ব্যৱহাৰ কৰি সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ…
আন্তঃৰাষ্ট্ৰীয় মাজ আকাশত ভাঙি টুকুৰা হ’ল এলন মাস্কৰ স্বপ্ণৰ ষ্টাৰশ্বিপ নিয়মীয়া বাৰ্তা Jan 18, 2025 🔹 মেক্সিকো উপ-সাগৰত পৰিল ষ্টাৰশ্বিপৰ ধ্বংসাৱশেষ নিউজ ডেস্ক, ১৮ জানুৱাৰী : মাজ আকাশতে ভাঙি গ’ল এলন মাস্কৰ স্বপ্ণৰ ‘ষ্টাৰশ্বিপ’৷ পৰহি পৰীক্ষামূলকভাৱে এই মহাকাশযানখন উৎক্ষেপণ কৰা হয়৷ কিন্তু উৎক্ষেপণৰ মাত্র ৮ মিনিটৰ ভিতৰতে ভাঙি টুকুৰা টুকুৰ…
অসম লিডুৰ বিচা গাঁৱত অসম-অৰুণাচলৰ হাজাৰ হাজাৰ লোক নিয়মীয়া বাৰ্তা Jan 18, 2025 নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ উত্তৰ-পূবৰ এটি চিনাকী নাম চিংফৌ ৰজা বিচা নং চিংফৌৰ ৰাজ্যিক মৰ্যাদাৰে অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'য়। লিডুৰ ঐতিহাসিক বিচাগাৱঁৰ তেওঁৰ বাসভৱনৰ কাষত আয়োজিত শেষকৃতৰ অনুষ্ঠানত অসম চৰকাৰৰ হৈ জিলা আয়ুক্ত স্বপ্নীল পাল…
আন্তঃৰাষ্ট্ৰীয় বধ কৰা হ’ব ৩০ লাখ কুকুৰ নিয়মীয়া বাৰ্তা Jan 18, 2025 🔹 চৰকাৰৰ ‘অমানৱীয়’ সিদ্ধান্তক লৈ বিশ্বজুৰি প্রতিক্রিয়া নিউজ ডেস্ক, ১৮ জানুৱাৰী : আগন্তুক ২০৩০ চনত ফিফা বিশ্বকাপ আয়োজনৰ পূর্বে মৰক্কোত বধ কৰা হ’ব ৩ নিযুত অর্থাৎ ৩০ লাখ গৰাকীবিহীন কুকুৰক৷ শেহতীয়াকৈ চৰকাৰৰ এই সিদ্ধান্তক লৈ বিশ্বজুৰি সৃষ্টি…