ছয়গাঁৱৰ ঢেকেনাবড়ীত নিশা লোমহৰ্ষক কাণ্ড
ডিজিটেল ডেস্ক, ১২ জুলাই : দক্ষিণ কামৰূপৰ ছয়গাঁও থানাৰ অন্তৰ্গত ঢেকেনাবড়ীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। আমজেদ খান ওৰফে দ্বীপ নামৰ লোকজনে নিশা ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি গভীৰ নিশা দুৰ্বৃত্তই খিৰিকীৰে সোমাই আহি লোকজনক হত্যা কৰি ঘৰৰ…