আজিৰ দিনটোৰ ৰাশিফল
আজি ১৫ ফেব্রুৱাৰী, ফাগুন মাহৰ ২ তাৰিখ
শনিবাৰঃ তিথি– কৃষ্ণা তৃতীয়, নক্ষত্রঃ উত্তৰফাল্গুনী, যাত্রাঃ শুভ
মেষঃ পৰিশ্রম অনুপাতে দিনটোত আয় উন্নতি কম হ’ব৷ শত্রুপক্ষৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে৷ শাৰীৰিক দিশত অৱশ্যে শান্তি বজাই থাকিব৷ প্রেম আৰু…