জোনাইত ভয়াৱহ বান পৰিস্থিতি, পানীৰ তলত শতাধিক গাঁও
ডিজিটেল ডেস্ক, জোনাই, ২৯ জুন : জোনাইৰ অসম-অৰুণাচল সীমান্ত অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা কেইবাখনো খৰস্ৰোতা নৈৰ বাঢ়নী পানীয়ে আজিও লৈছে ভয়ংকৰ ৰূপ। বানত প্লাৱিত হৈছে এশখনতকৈও অধিক গাঁও। ডুব গৈছে খেতিপথাৰ, ঘৰ-বাৰী,…