নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ডুবাইলৈ কোহলিহঁতৰ সৈতে যাব নোৱাৰিব পৰিয়ালৰ সদস্য

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজিত হোৱাৰ পিছতে কঠোৰ নির্দেশনা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল ভাৰতীয় ক্রিকেট ব’র্ডে৷ চেম্পিয়নছ ট্রফীৰ পৰাই আৰম্ভ হ’ব ব’ৰ্ডৰ নতুন ফটোৱা৷ ডুবাইলৈ ক্রিকেটাৰসকলৰ সৈতে যাব…

শাস্তিৰ সন্মুখীন তিনি পাকিস্তানী ক্রিকেটাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে মেচ চলি থকা সময়ত অভব্য আচৰণ কৰি শ্বাহিন শ্বাহ আফ্রিদী, ছাউদ চাকিল আৰু কামৰান গুলামে আইচিচিৰ দ্বাৰা শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বিপক্ষৰ অধিনায়কক আউট কৰি পৈশাচিক উল্লাস কৰি…

প্রস্তুতি মেচ অবিহনেই যুঁজত নামিব টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ ইংলেণ্ডৰ বিৰুদ্ধে বুধবাৰে সমাপ্তি ঘটিছে এদিনীয়া শৃংখলাৰ৷ ৩–০ ব্যৱধানত শৃংখলা দখল কৰিছে টীম ইণ্ডিয়াই৷ এইবাৰ দলটো নামিব চেম্পিয়নছ ট্রফীৰ যুঁজত৷ প্রতিযোগিতাখন আৰম্ভ হ’ব ১৯ ফেব্রুৱাৰীৰ পৰা৷ আইচিচিৰ যিকোনো…

সম্পাদকীয় : বাংলাদেশক লৈ উদ্বিগ্ন ৰাষ্ট্রসংঘ

শ্বেখ হাছিনাৰ পতনৰ পাছত বাংলাদেশ অস্থিৰ হৈ আছে৷ ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত দেশখনত অন্তর্ৱর্তী চৰকাৰ গঠন হৈছে যদিও শান্তি আৰু সুস্থিৰতা ঘূৰি অহা নাই৷ বৰঞ্চ সংখ্যালঘু লোকসকলৰ ওপৰত পাইকাৰী হাৰত আক্রমণ চলিছে দেশখনত৷ ইফালে, দেশখনৰ…

পোহৰলৈ সাংসদ গৌৰৱ গগৈৰ আন এক দেশবিৰোধী ভয়ংকৰ কাৰ্য

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লৈ বিতৰ্ক চলি থকাৰ সময়তে সাংসদগৰাকীৰ আন এক দেশ বিৰোধী কাৰ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য মতে, ২০১৫ চনত ভাৰতস্থিত পাকিস্তানৰ উচ্চাযুক্ত আব্দুল বাছিতে…

বিজেপিৰ বৃহৎ সভা, ২৩৯ কংগ্ৰেছ নেতা-কৰ্মীৰ যোগদান

বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : ক্ৰমাৎ কংগ্ৰেছ শূণ্য হোৱাৰ দিশে চামগুৰি সমষ্টিৰ ভকতগাঁও জিলা পৰিষদৰ অন্তৰ্গত আটাইকেইখন পঞ্চায়ত। নতুনকৈ অন্তৰ্ভুক্ত হোৱা নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ভকতগাঁও অঞ্চলৰ হেৰাপাতি, লাওগাওঁ, বৰভেটি আৰু ভকতগাঁও…

গুৱাহাটী ৰেল ষ্টেচনত যুৱকৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ গুৱাহাটী ৰে'লৱে ষ্টেচনৰ এন জি চিৰ সমীপত এজন যুৱক ৰে'ল যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হয়। ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে'লৱে ষ্টেচনৰ এন জি চিৰ সমীপত এটা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰি জি এম চি এইচলৈ প্ৰেৰণ কৰে।…

একেলগে ৰভাৰ তলত বহি বিবাহপাশত আবদ্ধ ২৫৫ যোৰাকৈ দৰা-কইনা

📌উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতি, জন কল্যাণ সংস্থান, জয়পুৰ আৰু তিনিচুকীয়া জিলা বিবাহ সমিতিৰ উদ্যোগ বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : আজি তিনিচুকীয়াত এখন বিবাহে সকলোৰে মাজত চৰ্চিত হৈ পৰে, কিয়নো এইখন বিবাহ আন বিবাহৰ দৰে নহয়। সাধাৰণতে এখন…

দুর্নীতিগ্রস্ত দেশৰ তালিকাত ৯৬সংখ্যক স্থানত ভাৰত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ বিশ্বৰ সবাতোকৈ দুর্নীতিগ্রস্ত শীর্ষ ১০০ৰ তালিকাত স্থান লাভ ভাৰতৰ৷ ভাৰতৰ দুর্নীতি ধাৰণাসূচক চমুকৈ চিপিআই ২০২৪ৰ তালিকাত ৯৬সংখ্যক স্থান৷ ১৮০খন দেশৰ ভিতৰত ভাৰতে ৯৬সংখ্যক স্থান লাভ কৰিছে৷ ২০২৩ৰ তুলনাত ভাৰতৰ…

আৰক্ষীৰ বৃহৎ অভিযান, শিলচৰত ২১ চোৰক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : শিলচৰত চোৰৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। কাছাৰ জিলা আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত তিনিটা আৰক্ষীয়ে দলে কালি নিশা শিলচৰ চহৰত অভিযান চলাই ২১গৰাকী চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। বুধবাৰৰ দিনা শিলচৰ…