যোগীঘোপাৰ নৰনাৰায়ণ সেতুত ভয়ংকৰ দুৰ্ঘটনা
যোগীঘোপাত ভয়ংকৰ দুৰ্ঘটনা।
যোগীঘোপাৰ নৰনাৰায়ণ সেতুত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।
ৰেলৰ খুন্দাত থিতাতে নিহত দুজন শ্ৰমিক, গুৰুতৰভাৱে আহত দুজন
নিহত শ্ৰমিক দুজন ক্ৰমে ৰেজাউল হক আৰু চহৰ আলী।
দুয়োৰে ঘৰত যোগীঘোপাৰ কৰেয়া পাহাৰ…