মহানগৰীৰ খাৰঘুলিত ৫২ কোটি টকা মূল্যৰ সোণ জব্দ, মহাৰাষ্ট্ৰৰ যুৱকক গ্ৰেপ্তাৰ
ডিজিটেল ডেস্ক, ৩০ জুন : গুৱাহাটী মহানগৰীৰ খাৰঘুলি অঞ্চলৰ পৰা লতাশিল আৰক্ষীয়ে সোমবাৰে প্ৰায় ৫২ কোটি টকা মূল্যৰ ৩৭ কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰে। ঘটনাটোৰ সৈতে জড়িতৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰীয়ে এই ঘটনাৰ আঁৰত বৃহৎ…