নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এডভাণ্টেজ আছাম-২.০ : দহ বছৰ পিছত দেশৰ প্ৰথম ৰাজ্য হ’ব অসম

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ "এডভান্টেজ আছাম ২.০ ৰ জৰিয়তে অসমৰ গাৱে- ভূঞে থকা সৰু-বৰ সকলো উদ্যোগক তুলি ধৰাৰ বিশেষ প্ৰয়াস কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই৷ আৰু ইয়াৰ বাবে তিনিখন জিলাৰ মাজত এজনকৈ মন্ত্ৰীক দায়িত্ব দিছে…

চমক আৰচিবিৰ : ৰজত পাটিদাৰক অধিনায়কৰ দায়িত্ব

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে আই পি এল ২০২৫ৰ অধিনায়ক হিচাপে নিযুক্তি দিলে ৰজত পাটিদাৰক। বিৰাট কোহলিক পুনৰ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব বুলি চৰ্চা চলিছিল যদিও সেয়া নহ’ল। দলটোৱে অধিনায়কত্ব…

সম্পাদকীয় : কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলন

বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ অভিনৱ উদ্ধাৱন কৃত্রিম বুদ্ধিমত্তা, চমুকৈ এআই৷ মানৱ জাতিৰ সকলো ক্ষেত্রতে কৃত্রিম বুদ্ধিমত্তাই নতুন ৰূপ দিবলৈ সক্ষম হৈছে৷ কৃত্রিম বুদ্ধিমত্তাৰ প্রাসংগিকতা আৰু কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে মানৱীয় জীৱন সলনি হোৱাৰ…

বৈদিক মন্ত্ৰোচ্চাৰণ-হৰিধ্বনিৰে আৰম্ভ সৰ্থেবাৰী সভা মহোৎসৱ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : বৈদিক মন্ত্ৰোচ্চাৰণৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত ঐতিহাসিক কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ আকাশ বতাহ। লোকে লোকাৰণ্য হৈ পৰিল ঐতিহাসিক  সৰ্থেবাৰীৰ ১৫৯ সংখ্যক শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভূৰ সভা মহোৎসৱ। সভা মহোৎসৱ…

২০০ ব্যৱসায়িক নেতৃবৃন্দৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ দেশ–বিদেশৰ আগশাৰীৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীৰ অংশগ্রহণেৰে আগন্তুক এডভাণ্টেজ আছাম ২.০ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনখন সাফল্যমণ্ডিত কৰি তোলাৰ প্রয়াসৰ অংশ হিচাপে সাম্প্রতিক ছিংগাপুৰ ভ্রমণৰ…

আইএছআইৰে জড়িত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ!

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ লোকসভাত কংগ্রেছ সংসদীয় দলৰ উপ–দলপতি তথা যোৰহাটৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্ন গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে পাকিস্তানৰে ঘনিষ্ঠ সম্পর্কৰ লগতে আইএছআইৰে জড়িত থকাৰ বিস্ফোৰক অভিযোগ৷ সামাজিক…

বিহুৰ পিছত ঝুমুৰ নৃত্যৰে বিশ্বাভিলেখৰ প্রস্তুতি, ৮০০০ শিল্পীৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ বিহুৰ পাছত এইবাৰ ঝুমুইৰ নাচৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ৷ এই লক্ষ্যৰে ২৪ ফেব্রুৱাৰীত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’৷ ৮ হাজাৰ শিল্পীয়ে ঝুমুইৰ নাচেৰে বিশ্ব অভিলেখ…

এদিনীয়াত ইংলেণ্ডক হোৱাইটৱাছ টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ সুদীর্ঘ ১৪ বছৰৰ পিছত এদিনীয়া ক্রিকেটত ইংলেণ্ডক হোৱাইটৱাছ কৰিলে টীম ইণ্ডিয়াই৷ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ আহমেদাবাদত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন…

ভেলেণ্টাইন ডে’ত গুৱাহাটীত প্ৰদৰ্শন আইপিএলৰ ট্রফী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ আসন্ন আইপিএলৰ সূচী এতিয়াও প্রকাশ পোৱা নাই৷ কিন্তু গুৱাহাটীত আইপিএল মেচক লৈ অনুৰাগীৰ মাজত ইতিমধ্যে উৎকণ্ঠা আৰু চর্চা আৰম্ভ হৈছে৷ এই ক্রিকেট চর্চাৰ মাজতে ১৪ ফেব্রুৱাৰী ভেলেণ্টাইন ডে’ত গুৱাহাটীলৈ আহিব…

বর্ণিল কেৰিয়াৰত কৃতিত্ব অর্জন কিং কোহলিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ বর্ণিল কেৰিয়াৰত আন এক কৃতিত্ব অর্জন কৰিলে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে৷ এছিয়া উপ–মহাদেশত দ্রুত গতিত ১৬ হাজাৰ আন্তর্জাতিক ৰান সম্পূর্ণ কৰি প্রথমগৰাকী খেলুৱৈৰূপে নজিৰ গঢ়ে কোহলিয়ে৷ আহমেদাবাদত…