নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

উদ্যান শস্যক অসমৰ কৃষি অৰ্থনীতিৰ মূল চালিকা শক্তি হিচাপে গঢ়াৰ লক্ষ্য কৃষি বিভাগৰ

ডিজিটেল ডেস্ক, ২৯ জুন : ৰাজ্যৰ উদ্যান কৃষিখণ্ডৰ সবলীকৰণ আৰু গ্ৰাম্য স্বাৱলম্বিতাৰ বাবে কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনস্থ কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্ৰকল্প পৰিদৰ্শন…

ফিফা বিশ্বকাপৰ নকআউটত প্ৰথমবাৰৰ বাবে জয় লাভ কানাডাৰ

ফিফা বিশ্বকাপ ২০২৬ৰ নকআউট পৰ্যায়ত সহঃ আয়োজক কানাডাই ইতিহাস ৰচনা কৰিছে। সোমবাৰে অনুষ্ঠিত ৰাউণ্ড অৱ ৩২ৰ মেচত দক্ষিণ আফ্ৰিকাক ১-০ গ'লত পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে স্থান নিশ্চিত কৰে কানাডাই। মেচখনৰ ভাগ্য নিৰ্ধাৰণ কৰা…

সম্পাদকীয় : হেৰাই যোৱা সামূহিক স্মৃতি

যুদ্ধ, প্রাকৃতিক দুর্যোগ বা অর্থনৈতিক মোক্ষম আঘাতৰ ফলতেই এখন সমাজ ধ্বংস হৈ নাযায়৷ সমাজ এখনে নিজৰ সামূহিক স্মৃতি আৰু ইতিহাস হেৰুৱাই পেলালেই সমাজখনৰ আটাহতকৈ ভয়ংকৰ খহনীয়া হয়৷ এই খহনীয়া নিঃশব্দ৷ অতীতক পাহৰি যোৱা কোনো জাতিয়েই বর্তমানক বুজি পাব…

২৯ জুন : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ জুন, আহাৰ মাহৰ ১৪ তাৰিখ সোমবাৰ : তিথি– পূর্ণিমা, নক্ষত্র : মূলা, যাত্রা : নাই মেষ : আজি কোনো সু–খবৰ পাব৷ আনৰ বাবে সময় নষ্ট হ’ব পাৰে৷ ভ্রমণৰ যোগ৷ কর্মক্ষেত্রত আপোনাৰ নেতৃত্ব আৰু দক্ষতাই সকলোৰে মন জয় কৰিব৷ ধৈর্য বজাই ৰাখক৷ শুভ ৰং…

বাক্সাত চাঞ্চল্যকৰ ঘটনা : মাতৃৰ হাতত ৫ বছৰীয়া পুত্ৰৰ জীৱন শেষ

ডিজিটেল ডেস্ক, ২৮ জুন : বাক্সা জিলাত এক হৃদয়বিদাৰক আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। জিলাখনৰ দিৰিংগাপাৰা গাঁৱত এগৰাকী মাতৃয়ে নিজৰ ৫ বছৰীয়া পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে, নিজ মাতৃৰ দাৰ ঘাপত প্ৰাণ হেৰুৱায় পাঁচ বছৰীয়া…

সমাজকৰ্মী ৰাজেন্দ্ৰ নাথলৈ গৌতম বুদ্ধ ৰাষ্ট্ৰীয় শান্তি বঁটা গ্লোবেল ইউনিভাৰ্ছিটীৰ 

ডিজিটেল ডেস্ক, কুকুৰমাৰা, ২৮ জুন : গ্লোবেল ইউনিভাৰ্ছিটীৰ উদ্যোগত সনাতন আখৰা পৰিষদৰ সহযোগত গৌতম বুদ্ধ ৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰদানৰ বাবে মহানগৰীৰ সোণাপুৰস্থিত ব্ৰহ্মপুত্ৰ ৰিজ'ৰ্টত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ ৰঙামাটি নিৱাসী…

এইবাৰ দেশত চলিব হাইড্র’জেন ট্রেইন, হাৰিয়ানাত সফল পৰীক্ষা

ডিজিটেল ডেস্ক, ২৮ জুন : বছৰটোৰ আৰম্ভণিতে জানিব পৰা গৈছিল যে দেশত প্রথম হাইড্র’জেন ইঞ্জিনচালিত ৰে'ল যাত্রীসেৱা আৰম্ভ কৰা হ’ব৷ এইবাৰ হাৰিয়ানাৰ ঝিন্দ–শোনিপট পথত সম্পন্ন হ’ল চূড়ান্ত হাইস্পীড ট্রায়েল৷ জানিব পৰা মতে, সর্বাধিক ১২০ কিঃমিঃ…

ধুবুৰীত ৰাষ্ট্ৰীয় পালছ পলিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী অশোক…

ডিজিটেল ডেস্ক, ধুবুৰী, ২৮ জুন : আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আয়োজিত ৰাষ্ট্ৰীয় পালছ প'লিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক…

তিনিচুকীয়াত আলফা স্বাধীনৰ সদস্যই ব্যৱহাৰ কৰা গাড়ীৰ গৰাকীসহ দুজনক আটক

বিশেষ বাৰ্তা, তিনিচুকীয়া, ২৮ জুন : তিনিচুকীয়া চহৰত ৰক্তাক্ত পৰিৱেশৰ সূচনা কৰাৰ উদ্দেশ্যে ম্যানমাৰৰ পৰা আহি অসম-অৰুণাচল সীমান্তত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দুই আলফা সদস্যক সহযোগ কৰাৰ অভিযোগত আটক হৈছে দুজনকৈ যুৱক। উল্লেখযোগ্য যে যোৱা ২৬…

মেঘালয়ৰ অন্ধকাৰ গুহাত আৱিষ্কাৰ দুটা ক্ষুদ্র শামুকৰ প্রজাতি

ডিজিটেল ডেস্ক, নলবাৰী, ২৮ জুন : দুগৰাকী গৱেষকে মেঘালয়ৰ খাচী পাহাৰত থকা গুহাৰ পৰা দুটা সম্পূর্ণ নতুন অতি ক্ষুদ্র শামুকৰ প্রজাতিৰ সন্ধান উলিয়াইছে৷ গৱেষক দুগৰাকীৰ এগৰাকী হৈছে নলবাৰী জিলাৰ চামতাস্থিত কামৰূপ মহাবিদ্যালয়ৰ প্রাণী বিজ্ঞান বিভাগৰ…