নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ওদালগুৰিত শিশু উদ্যান নিৰ্মাণৰ নামত চোৰাংকৈ গছ কাটি বিক্ৰী খণ্ড বন বিষয়াৰ

নি‌য়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰী : ওদালগুৰিৰ টংলাত প্ৰকৃতি ধ্বংসৰ আখৰা৷ বন ধ্বংসযজ্ঞত জড়িত স্বয়ং বন বিষয়া মৃণ্ময় হাজৰিকাৰ ওপৰত গুৰুত্বৰ অভিযোগ দল-সংগঠনৰ। গছপুলি ৰোপনেৰে সেউজ ধৰা নিৰ্মানৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাসী…

সম্পাদকীয় : ভুৱা সংবাদ

কেইদিনমানৰ আগতে এখন ফটো ডিজিটেল মাধ্যমবোৰত খুব প্রচাৰ হোৱাৰ লগতে বিভিন্ন সংবাদ পত্রতো গুৰুত্ব সহকাৰে প্রকাশ পাইছিল আৰু সেই ফটোখনৰ আলমতে একাংশ উৎসাহী লোকে বিভিন্ন ৰাজনৈতিক বিশ্লেষণো আগবঢ়াইছিল৷ এই বিশ্লেষণৰ মূল লক্ষ্য আছিল ভাৰতৰ প্রধানমন্ত্রী…

গুৱাহাটীত ৯ দিনলৈ বন্ধ জলব’ৰ্ডৰ পানী যোগান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ আজিৰে পৰা তিনিটা পর্যায়ত ৯ দিনৰ বাবে গুৱাহাটী মহানগৰীত পানী যোগান বন্ধ থাকিব৷ গুৱাহাটী মহানগৰ খোৱাপানী আৰু পয়ঃপ্রণালী ব’র্ডে এক জাননীযোগে এই কথা সদৰী কৰিছে৷ বিশেষকৈ গুৱাহাটী জলব’ৰ্ডৰ অধীনস্থ অঞ্চলসমূহত…

ক্লীনশ্বুইপৰ লক্ষ্যৰে নামিব টীম ইণ্ডিয়া, সন্মান ৰক্ষাৰ যুঁজ ইংৰাজ বাহিনীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে আজি তৃতীয় তথা অন্তিমখন এদিনীয়াত অৱতীর্ণ হ’ব ঘৰুৱা দল টীম ইণ্ডিয়াই৷ ভ্রমণকাৰী দল ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ অন্তিমখন মেচ আজি…

পেৰিছ যাত্ৰাৰ সময়ত পাকিস্তানত ৪৬ মিনিট প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে পেৰিছ ভ্ৰমণৰ সময়ত পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিছিল। অসামৰিক বিমান পৰিবহণৰ সূত্ৰৰ উদ্ধৃতি দি এই তথ্য দিছে ARY News য়ে। প্ৰধানমন্ত্ৰী মোদীৰ "ইণ্ডিয়া ১"…

ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ আজি দেহাৱসান ঘটে। মগজুৰ ৰক্তক্ষৰণৰ পিছত লক্ষ্ণৌৰ পিজিআইত চিকিৎসাধীন হৈ আছিল পুৰোহিতগৰাকী। চিকিৎসালয়ে জাৰি কৰা এক প্ৰেছ বিবৃতিত…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ ফেব্রুৱাৰী, মাঘ মাহৰ ২৯ তাৰিখ বুধবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : অশ্লেষা, যাত্রা : মধ্যম মেষঃ কর্মস্থানত মধ্যম৷ দূৰ ভ্রমণৰ যোগ৷ বিদ্যা–বুদ্ধিত শুভ৷ সন্তানক লৈ চিন্তা বাঢ়িব৷ শৰীৰত বিষ হ’ব পাৰে৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ২৷ বৃষঃ…

ছখন ঠেঙৰ গৰুৰ পোৱালি জন্ম, চেঙাত অস্বাভাৱিক ঘটনা

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ চেঙাত সংঘটিত হৈছে এক অস্বাভাৱিক ঘটনা। অস্বাভাৱিক ঘটনাটোক লৈ সকলোৱে আচৰিত হৈ পৰিছে। এয়া ঈশ্বৰৰে মহিমা বুলি চৰ্চা চলিছে। নিজ চেঙা গাঁৱৰ অৰুণ ডেকাৰ ঘৰত আজি এজনী গাইগৰুৱে পুৱাই জন্ম দিছে এটি ছয়…

মৰিয়নি স্বাস্থ্য কেন্দ্ৰৰ মাটি বেদখলমুক্ত প্ৰশাসনৰ

বিশেষ বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ মৰিয়নি নগৰৰ ৫নং ৱাৰ্ডৰ বাপুজী ষ্টেডিয়ামৰ গাতে লাগি থকা এডোখৰ চৰকাৰী মাটি আজি প্ৰশাসনে বেদখলমুক্ত কৰে। মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নামত থকা এই মাটিখিনিত দীৰ্ঘদিন ধৰি একাধিক পৰিয়ালে বেদখল চলাই ঘৰ…

কাইলৈ চেম্পিয়নছ ট্ৰফীৰ অন্তিম আখৰা, ফৰ্ম ঘূৰাই পোৱাৰ আশা বিৰাটৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ টি-২০ শৃংখলাত ইংলেণ্ডক পৰাস্ত কৰাৰ পিছত টীম ইণ্ডিয়াই এদিনীয়া শৃংখলাত ইংলেণ্ডকো পৰাস্ত কৰিছে। পাঁচখন খেলৰ টি-২০ শৃংখলাত ভাৰতে ৪-১ত জয়লাভ কৰিছিল। এতিয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাত ২-০ত আগবাঢ়ি আছে…