শিৱসাগৰ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ পৰ্যালোচনা শিক্ষামন্ত্ৰীৰ
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিৱসাগৰ বিশ্ববিদ্যালয় ভ্ৰমণ কৰে। তেওঁ বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত উপাচাৰ্য ড° মহাদেৱ পাটগিৰিৰ সৈতে আলোচনাত মিলিত হয়।
বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিগত সময়ছোৱাত প্ৰদান…