নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বশিষ্ঠ আৰক্ষীৰ জালত তিনি গভাইত চোৰ

ডিজিটেল ডেস্ক, ২৬ জুন : বশিষ্ঠ আৰক্ষীয়ে এক সফল অভিযান চলাই তিনি গভাইত চোৰক আটক কৰিছে। ধৃত তিনি চোৰৰ পৰা আৰক্ষীয়ে চুৰি হোৱা লেপটপ আৰু মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ধৃতসকল হৈছে পাটৰকুছিৰ নিপু ফাংচু ওৰফে টিকু, ওদালগুৰিৰ সুমন বসুমতাৰী…

ভূঁইকঁপৰ পূর্বে ভেনিজুৱেলাক সতর্ক কৰি দিছিল গুগলে

ডিজিটেল ডেস্ক, ২৬ জুন : ভূঁইকঁপত বিধ্বস্ত হৈ পৰিছে ভেনিজুৱেলা৷ বিশেষজ্ঞসকলে প্রকাশ কৰা মতে লেটিন আমেৰিকাৰ ইতিহাসত এটা শতিকাৰ আটাইতকৈ শক্তিশালী ভূঁইকঁপ এইটো৷ কিন্তু ভূঁইকঁপৰ জোকাৰণি অহাৰ পূর্বেই গুগলে জনাই দিছিল এক সংকেত৷ বহুতেই কৰিছে এই…

অসমৰ শিৱসাগৰ-চৰাইদেউসহ দেশৰ ৮০ স্থানত চিবিআইৰ অভিযান

ডিজিটেল ডেস্ক, ২৬ জুন : ডিজিটেল এৰেষ্টৰ বিৰুদ্ধে দেশজুৰি চিবিআয়ে চলাইছে বৃহৎ অভিযান৷ বৃহস্পতিবাৰে কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে ১৬খন ৰাজ্যৰ ৮০টাতকৈ অধিক স্থানত চাইবাৰ অপৰাধ চক্রৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰিছে বহু আপত্তিজনক নথি–পত্র৷…

মহানগৰীৰ সাতগাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

ডিজিটেল ডেস্ক, ২৬ জুন : মহানগৰীৰ সাতগাঁৱত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। সাতগাঁৱৰ বাসন্তী বজাৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন লোক। নিহত লোকজন অজয় দাস (৪০)। তামুলপুৰৰ বাসিন্দা অজয় দাসে সাতগাঁৱৰ বাসন্তী বজাৰৰ সমীপত তৰ্জা বেৰৰ ঘৰ সাজি বসবাস…

ব্ৰহ্মপুত্ৰৰ খহনীয়াত সংকটত বিশ্বনাথ-পাণপুৰ মথাউৰি, সন্ত্ৰস্ত নৈপৰীয়া ৰাইজ

ডিজিটেল ডেস্ক, ২৬ জুন : ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াই সম্প্ৰতি বিশ্বনাথ ঘাট-পাণপুৰ মথাউৰিলৈ ভাবুকি কঢ়িয়াই আনিছে। বিশ্বনাথৰ দক্ষিণাঞ্চলৰ ৰক্ষাকৱচস্বৰূপ এই মথাউৰিটোৰ বিস্তৰ ক্ষতিৰ শংকা কৰা হৈছে। শিঙিমাৰী-কালাকাটি অংশত অব্যাহত থকা খহনীয়াৰ…

মা কামাখ্যাৰ আশিস বিচাৰি নীলাচললৈ আগমন লক্ষ লক্ষ ভক্তৰ

ডিজিটেল ডেস্ক, ২৬ জুন : শান্ত–সমাহিত নীলাচলৰ বুকু আজি ৪টা দিন ভক্তিপ্রাণ ৰাইজৰ আধ্যাত্মিকতাৰে উদুলি–মুদুলি হৈ পৰে ৷ নীলাচলৰ শিখৰ আৰু পাদদেশ যিফালেই চকু যায়, সেইফালেই কেৱল আদ্যাশক্তি মা কামাখ্যাৰ আৰাধনা–বন্দনাৰে মুখৰ হৈ পৰে৷ এই আধ্যাত্মিক…

ভাৰতৰে আজি প্রথম টি–২০ত আয়াৰলেণ্ডৰ যুঁজ

ডিজিটেল ডেস্ক, ২৬ জুন : ঘৰুৱা দল আয়াৰলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজৰ দুখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি বেলফাষ্টত অনুষ্ঠিত হ’ব৷ শৃংখলাটো ভাৰতীয় দলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ হ’বলৈ গৈ আছে৷ প্রতিগৰাকী ভাৰতীয়ৰ লগতে প্রতিগৰাকী…

সম্পাদকীয় : আমেৰিকাৰ মানৱ অধিকাৰ

বর্ণবৈষম্যবাদী চৰকাৰক ওফৰাই শাসনাধিষ্ঠিত দক্ষিণ আফ্রিকাৰ মহান সংগ্রামী নেতা নেলছন মেণ্ডেলাই এবাৰ পশ্চিমীয়া সাংবাদিক এগৰাকীক চুঙা চাই সোপা দিছিল৷ কিউবা, লিবিয়া অথবা পেলেষ্টাইনৰ তদানীন্তন ৰাষ্ট্রপতি ক্রমে কাষ্ট্রো, গাড্ডাফি আৰু আৰাফটৰ…

২৬ জুন : আজিৰ দিনটোৰ ৰাশিফল

আজি  ২৬ জুন, আহাৰ মাহৰ ১১ তাৰিখ শুকুৰবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : বিশাখা, যাত্রা : নাই মেষ : আজি চাকৰিৰ ক্ষেত্রত উন্নতিৰ যোগ৷ বিদ্যাত বাধা৷ অযথা খৰচ-পাতিৰ বিষয়ে সতর্ক হ’ব৷ ভ্রমণত মধ্যম৷ নিজৰ প্রিয়জনৰ কাৰণে চিন্তা৷ প্রেমত মধ্যম ফল৷…

মানকাচৰত ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট যুৱক, পৰিয়ালত হাহাকাৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ঠাকুৰানবাৰী গাঁৱৰ পৰা এজন যুৱক ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।নিৰুদ্দিষ্ট কিশোৰজনৰ নাম চুলতান ছাকিল আখতাৰ গালিব বুলি জানিব পৰা গৈছে। ​প্ৰাপ্ত…