নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সম্পাদকীয় : সাহিত্য সভাৰ ব্যতিক্রমী অধিৱেশন

অসমৰ ভাষা–সাহিত্য–সংস্কৃত্ প্রচাৰ আৰু প্রসাৰত অনবদ্য বৰঙণি আগবঢ়োৱা অসম সাহিত্য সভাৰ ৭৭সংখ্যক পাঠশালা অধিৱেশনৰ চাৰি ফেব্রুৱাৰীত সফল সামৰণি হৈছে৷ পাঁচদিনীয়া কার্যসূচীৰে অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনখন কেইবাটাও দিশত ব্যতিক্রমী অধিৱেশন ৰূপে…

ডেৰ মাহত ১০বাৰ ঊৰ্ধ্বমুখী সোণৰ দাম, আৰু বাঢ়িব মূল্য

ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ মূল্য। যোৱা ৪০ দিনত ১০ বাৰ এনেকুৱা হৈছিল, যেতিয়া সোণে নিজৰ পুৰণি সৰ্বকালৰ উচ্চ অভিলেখ ভংগ কৰিছিল। আজিৰ কথা ক’বলৈ গ’লে সোমবাৰে ফ্যুচাৰ ট্ৰেডিঙত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য অভিলেখ সৃষ্টি কৰিলে ৮৫,৬৮০ টকা। মাল্টি…

দিল্লীৰ বিজেপিৰ মুখ্যমন্ত্রীৰ আসনত মহিলা!

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভাৰ নির্বাচনত বিজেপিয়ে অভূতপূর্ব বিজয় সাব্যস্ত কৰাৰ পিছত নতুন মুখ্যমন্ত্রী কোন হ’ব তাক লৈ চলি আছে চর্চা৷ গেৰুৱা শিবিৰৰ হাতত কেজৰিৱালৰ আম আদমী পার্টী পৰাভূত হ’বলগীয়া হৈছে দিল্লীত৷ আম আদমী…

বান্দৰৰ তাণ্ডৱৰ বাবে অন্ধকাৰ, দেশজুৰি নিষ্প্রদীপ ঘোষণা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ এটা বান্দৰৰ বাবে এখন দেশ অন্ধকাৰত থাকিবলগীয়া হ’ল৷ দ্বীপৰাষ্ট্র শ্রীলংকাৰ ৰাজধানী কলম্বোৰ দক্ষিণ প্রান্তৰ এটা বিদ্যুৎ কেন্দ্রত বান্দৰ প্রৱেশ কৰাৰ বাবেই দেশজুৰি বিদ্যুৎ সংযোগ কর্তন কৰিবলগীয়া হ’ল৷…

অভিষেকতে ১৫০ : বিশ্ব ৰেকর্ড মেথিউ ব্রিটজকেৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ এদিনীয়া আন্তর্জাতিক ক্রিকেটত অভিষেকতে নজিৰ গঢ়িলে দক্ষিণ আফ্রিকাৰ মেথিউ ব্রিটজকে৷ পাকিস্তানত চলি থকা ত্রিদেশীয় শৃংখলাৰ নিউজিলেণ্ডৰ বিপক্ষে খেলা মেচখনত ১৫০ ৰানৰ দুর্দান্ত ইনিংছ খেলে ২৬ বছৰীয়া…

আজি চেম্পিয়নছ ট্রফীত বুমৰাহৰ অংশগ্রহণ সন্দৰ্ভত চূড়ান্ত ৰায়দান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ আইচিচি চেম্পিয়নছ ট্ৰফীলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত টীম ইণ্ডিয়াৰ তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহৰ অংশগ্রহণক লৈ অনিশ্চয়তা আহি পৰিছে৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত বুমৰাহৰ অংশগ্রহণ সন্দর্ভত…

৩০০ কিলোমিটাৰজোৰা যান-জঁট : ৪৮ ঘণ্টালৈকে আবদ্ধ মহাকুম্ভগামী দর্শনার্থী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পিছত এইবাৰ প্রয়াগৰাজৰ মহাকুম্ভত পৱিত্র স্নান কৰিলে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে৷ নিশ্ছিদ্র নিৰাপত্তাৰ মাজত প্রয়াগৰাজৰ ত্রিবেণী সংগমত উপস্থিত হয় ৰাষ্ট্রপতিগৰাকী৷ ৰাষ্ট্রপতি…

মাৰ্ঘেৰিটাত “চোতালে চোতালে কংগ্ৰেছ” কাৰ্যসূচীৰ শুভাৰম্ভ 

নিময়ীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ সমাগত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য সৰ্ববৃহত বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ। একপ্ৰকাৰে গণ বিচ্ছিন্ন হৈ পৰা কংগ্ৰেছ দলটোক পুনৰ উদ্ধাৰৰ চেষ্টা অসম কংগ্ৰেছৰ। ৰাইজৰ মাজত শক্তিশালী ৰূপত…

দেশৰ ৰাজধানী দিল্লীত ড০ হিমন্ত বিশ্ব শৰ্মাৰ মেজিক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জনপ্রিয়তা কেৱল অসম বা উত্তৰ–পূর্বাঞ্চলতে সীমাবদ্ধ হৈ থকা নাই৷ ইতিমধ্যে ৰাজস্থান, ছত্তিশগড়, ওড়িশা আদি ৰাজ্যৰ নির্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে অংশগ্রহণ…

অসমীয়া মহিলাক লৈ সামাজিক মাধ্যমত বিৰূপ মন্তব্য : ৫জনৰ বিৰুদ্ধে গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ অসমীয়া মহিলাক কেন্দ্র কৰি সামাজিক মাধ্যমযোগে আপত্তিজনক মন্তব্য কৰা ইউটিউবাৰ অভিষেক কৰক চিআইডিয়ে উলুবাৰীৰ কার্যালয়ত জেৰা চলায়৷ উল্লেখ্য যে ইউটিউবাৰজনে এটা পডকাষ্টৰ জৰিয়তে অসমৰ মায়ঙৰ মহিলাই ইয়ালৈ অহা…