হৰমুজ সংকটৰ নতুন ৰূপ! ভাৰতৰ ওপৰত কি প্ৰভাৱ পৰিব
মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ পাছত পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ আশা কৰা হৈছিল যদিও এতিয়া নতুন এক সমস্যাই উদ্বেগ বৃদ্ধি কৰিছে। হৰমুজ প্ৰণালীৰে জাহাজ চলাচল পুনৰ আৰম্ভ হ’লেও তেল পৰিবহণৰ বাবে প্ৰয়োজনীয় টেংকাৰৰ তীব্ৰ অভাৱ দেখা দিয়াত ভাৰা…