ডেম্বেলেৰ হেটট্ৰিকেৰে নৰৱেক ৪-১ গ’লত হৰুৱালে ফ্ৰান্সে
ফিফা বিশ্বকাপ ২০২৬ত ফ্ৰান্সে দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। গ্ৰুপ ‘I’ৰ অন্তিম মেচত নৰৱেক ৪-১ গ'লত পৰাস্ত কৰি তিনিওখন মেচত জয় লাভেৰে গ্ৰুপ চেম্পিয়ন হিচাপে ৰাউণ্ড অৱ ৩২ত প্ৰৱেশ কৰিছে ডিডিয়ে ডেছৰ দলটোৱে।
মেচখনক কিলিয়ান এমবাপে আৰু আৰ্লিং…