নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পিতৃৰ পদাংক অনুসৰণ : সেহৱাগ-পুত্রৰ দ্বি–শতক অর্জন

🔹 ২০১৫ চনত সেহৱাগৰ প্রতিজ্ঞা আৰু বিলাসী ফেৰাৰী নিউজ ডেস্ক, ২৩ নৱেম্বৰ : বীৰেন্দ্র সেহৱাগক আজিও ক্রিকেট জগতে মনত ৰাখিছে তেওঁৰ বিধ্বংসী বেটিঙৰ বাবে৷ এইবাৰ আহিছে তেওঁৰ উত্তৰসূৰী৷ পিতৃৰ দৰে মাৰমুখী বেটিঙেৰে সেই ধাৰা অব্যাহত ৰাখিছে পুত্র…

নিজ্জৰৰ হত্যাত জড়িত নহয় প্রধানমন্ত্রী মোদী

🔹 সংবাদ মাধ্যমত প্রকাশিত বাতৰিক লৈ পাভলুটি কানাডা চৰকাৰৰ নিউজ ডেস্ক, ২৩ নৱেম্বৰ : ভাৰতৰ শক্তিশালী স্থিতিৰ বাবে অৱশেষত কানাডাৰ সংবাদ মাধ্যমত খালিস্তানী সন্ত্রাসবাদী হৰদীপ সিং নিজ্জৰৰ হত্যাত ভাৰতৰ প্রধানমন্ত্রী, বৈদেশিক মন্ত্রী আৰু এনএছএ…

১৬০ দেশৰ ৰাষ্ট্রীয় গীত গাই বিশ্বজুৰি আলোড়ন ডাল বাহাদুৰৰ

🔹 ২০১৫ চনৰ পৰা চলাইছিল কঠোৰ অনুশীলন নিউজ ডেস্ক, ২৩ নৱেম্বৰ : নিজৰ দেশৰ ৰাষ্ট্রীয় গীতৰ বাহিৰে আন দেশৰ ৰাষ্ট্রীয় গীত গোৱাটো সহজ কথা নহয় বুলি সকলোৰে জ্ঞাত৷ কিন্তু এজন যুৱকে ১৬০খন দেশৰ ৰাষ্ট্রীয় গীত নির্ভুলভাৱে গাব পৰাটো নিশ্চয়কৈ চর্চাৰ বিষয়৷…

ৰাস চাই ওভতাৰ পথত বজালীৰ ভৱানীপুৰত ভয়াৱহ দুৰ্ঘটনা

🔹 সাত আৰোহীৰ পাঁচগৰাকীৰ থিতাতে প্ৰাণহানি নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : বজালীৰ ভৱানীপুৰত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ ট্ৰাক আৰু মাৰুতি ভানৰ মুখামুখি সংঘৰ্ষত নিহত হয় পাঁচগৰাকী ব্যক্তি ৷ যোৱানিশা প্ৰায় দুই বজাত নলবাৰীৰ পৰা ৰাস উপভোগ কৰি…

ৰাসক্রীড়াত শ্রীকৃষ্ণতত্ত্ব

ভাগৱত পুৰাণৰ অনুবাদেৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে অসমীয়া সমাজক আধ্যাত্মিকতাৰ মার্গদর্শন কৰাইছিল৷ ইয়াৰ পৰৱর্তী সময়ত বৈষ্ণৱ কবিসকলে অন্য বৈষ্ণৱ সাহিত্য অনুবাদ কৰি অসমীয়া সাহিত্যক শক্তিশালী ৰূপত প্রতিষ্ঠিত কৰালে৷ ভাগৱত–পুৰাণৰ যিবোৰ অধ্যায়…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ নৱেম্বৰ, আঘোণ মাহৰ ৭ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণা অষ্টমী, নক্ষত্র : মঘা, যাত্রা : নাই মেষ : আর্থিকত বাধা দেখা নাযায়৷ কর্মত আপোনাৰ দৃঢ়তা বৃদ্ধি পাব৷ শৰীৰ মধ্যম৷ ব্যৱসায়ত আগবেলা অলপ বাধা দেখিব৷ বৃষ : দিনটো উৎসাহজনক নহ’ব পাৰে৷ পৰিৱেশৰ…

বইটামাৰীত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা : শোকৰ ছাঁ

🔹 আলট্ৰা বাছৰ খুন্দাত ঘটনাস্থলীতে নিহত বিদ্যালয়মুখী পিতৃ-কন্যা নিয়মীয়া বাৰ্তা, বইটামাৰী, ২২ নৱেম্বৰ : বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সন্দুকপাৰা দৈনিক বজাৰৰ সমীপত আজি পুৱা ৮ বজাত এখন তীব্ৰবেগী…

লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। আজি লাহৰীঘাটৰ বৰবৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । লাহৰীঘাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰীটো এমৰাজুল হক…

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ মাংস, ছালসহ আটক তিনি চোৰাং চিকাৰী

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : পুনৰ চোৰাং চিকাৰীৰ ৰম্যভূমিত পৰিণত হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ৷ কোকৰাঝাৰ জিলাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰ দলে তিনিজনকৈ চোৰাং চিকাৰীক হাতে-লোটে আটক কৰে ৷ ধৃত চিকাৰীকেইজনৰ পৰা…

মাজুলীৰ ৰাসৰ পাৰ্শ্ব সংগীতৰ প্ৰেমত মেক্সিকোৰ গাভৰু

🔹 কাতিয়াক লৈ কিয় বিমোৰত পৰিছে ল'জৰ স্বত্বাধিকাৰী ? নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ :  শৰতৰ এই মধুময় সময়ত মাজুলীলৈ আগমন ঘটা প্ৰতিজন দেশী-বিদেশী পৰ্যটকৰে মন-প্ৰাণ উতনুৱা হৈ পৰে ৷ ৰাসোৎসৱৰ সময়ত মাজুলীলৈ অহা সকলোৰে মন শ্ৰীকৃষ্ণৰ বাঁহীৰ অমিয়া…