নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ ফেব্রুৱাৰী, মাঘ মাহৰ ২৮ তাৰিখ মঙলবাৰঃ তিথি–শুক্লা চতুর্দশী, নক্ষত্রঃ পুষ্যা, যাত্রাঃ নাই মেষঃ অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে৷ কর্মসূত্রত ভ্রমণ যোগ৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব৷ শুভ ৰং গুলপীয়া৷ শুভ…

সুকন্যা : চিলাই মেচিনেৰে স্বাৱলম্বনৰ যাত্রা নলবাৰীৰ বৈজয়ন্তী ডেকাৰ

নগেন তালুকদাৰ স্নাতক ডিগ্রীধাৰী এজনী জীৱন সংগ্রামী তিৰোতা৷ নাম বৈজয়ন্তী ডেকা৷ নলবাৰী জিলাৰ খখৰিশাল গাঁৱৰ কুমাৰপাৰা চুবুৰিত প্রয়াত উপেন ঠাকুৰীয়াৰ ঔৰসত আৰু পদ্মা ঠাকুৰীয়াৰ গর্ভত ১৯৭৪ চনত জন্মলাভ কৰে বৈজয়ন্তীয়ে৷ জন্ম গাঁওখনৰে ৮০৩নং পকোৱা…

সুকন্যা : কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ নৱ কুমাৰ শর্মা ফোনঃ ৯৯৫৪৫–৯০১৩৩ মূৰত দৃষ্টিনন্দন হেট তথা লংপেণ্ট–স্প’র্টিং পৰিধান কৰি কাজিৰঙাৰ দৰে সুবিশাল ৰাষ্ট্রীয় উদ্যানখনত এগৰাকী পুৰুষৰ দৰেই কর্তব্য সম্পাদন কৰি গৈছে এগৰাকী দক্ষ মহিলা বন বিষয়াই৷ মাজে–সময়ে হাতীৰ পিঠিত…

মন্দিয়া উন্নয়ন খণ্ড কাৰ্যালয়ত আত্মসহায়ক গোটৰ মহিলাৰ ৰণচণ্ডী ৰূপ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : বৰপেটাৰ বাঘবৰৰ মন্দিয়া উন্নয়ন খণ্ড কাৰ্যালয়ত আত্মসহায়ক গোট মহিলাৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মন্দিয়াৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ BPM মনীষ বৰকাকতিৰ…

বৰভাগত ২৫ হাজাৰ টকাত ক্ৰয় কৰিলে এখন গামোচা 

নিয়মীয়া বাৰ্তা, বৰভাগ, ১০ ফেব্ৰুৱাৰী : এখন বিশেষ গামোচা। গামোচাখন কিনিবলৈ ব্যাপক ভিৰ। দৰদাম দেখিলে চকু কপালত উঠিব বহুতৰে। অসমীয়াৰ স্বাভিমান গামোচা এখনৰ মূল্য উঠিল ২৫ হাজাৰ টকা। নলবাৰী জিলাৰ বৰভাগৰ ৰণাকুছিত কালি এই বিশেষ গামোচাখন ক্ৰয় কৰিবলৈ…

বৈবাহিক জীৱনৰ প্ৰাকমুহূৰ্তত শচীনক নিঠৰুৱা কৰি গ’লগৈ জানমণি

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰী : ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কৰ শেষত বৈবাহিক জীৱনৰ উদ্দেশ্যে প্ৰেমিকৰ সৈতে যাত্ৰা কৰা এগৰাকী যুৱতীয়ে আকোঁৱালি লব লগা হৈছে মৃত্যুক। ইফালে গুৰুতৰভাৱে আহত হৈ…

অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তন সম্পন্ন

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ এক আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তন ৮ ফেব্ৰুৱাৰীত সফলতাৰে সম্পন্ন হয়। টাটা কেমিকেলছৰ পৰিচালন সঞ্চালক আৰু চি ই অ' ৰামকৃষ্ণন মুকুণ্ডন, বাজাজ এলাইঞ্চৰ পৰিচালন সঞ্চালক…

কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত দুই পক্ষৰ প্ৰচণ্ড মাৰপিট

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ চাবুৱাৰ বিন্ধাকটা খাল গাঁৱৰ এগৰাকী কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ বুজি এজন যুৱকে অসৎ উদ্দেশ্যেৰে যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপিত হোৱাত ঘটনাক লৈ জড়িত থকা যুৱকক বিচাৰি যোৱা ৫জন যুৱকক আক্ৰমণ একাংশৰ। আক্ৰমণৰ…

আমেৰিকাত আতংকত চাকৰি ত্যাগ ভাৰতীয় শিক্ষার্থীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ ক্ষমতালৈ অহাৰ পিছতে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ অবৈধ অনুপ্রৱেশকাৰী বিতাড়নৰ নীতিয়ে ভয়াৱহ সংকটত পেলাইছে ভাৰতীয় শিক্ষার্থীসকলক৷ বৃহৎসংখ্যক ভাৰতীয় শিক্ষার্থীয়ে পার্ট টাইম চাকৰি ত্যাগ কৰিবলৈ বাধ্য…