ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা, ডুবিল সামগ্ৰীভৰ্তি ভুটভুটী
বৰপেটা জিলাৰ নগৰবেৰা সমীপৰ মৈৰাদিয়া ঘাটত আজি এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। সামগ্ৰীভৰ্তি এখন বৃহৎ ভুটভুটী ব্ৰহ্মপুত্ৰত ডুব যোৱাত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
জানিব পৰা মতে, মৈৰাদিয়া ঘাটৰ পৰা কাছুমাৰা বজাৰ ঘাটলৈ গৈ থকা অৱস্থাত…