নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শিখৰ ধাৱনক ডাঙৰ সকাহ দিল্লী উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ শিখৰ ধাৱনক ডাঙৰ সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। ডিবি ডিক্সন বেটাৰী নামৰ এটা কোম্পানীয়ে শিখৰ ধাৱনৰ ব্ৰেণ্ড মূল্য ব্যৱহাৰ কৰি সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ…

মাজ আকাশত ভাঙি টুকুৰা হ’ল এলন মাস্কৰ স্বপ্ণৰ ষ্টাৰশ্বিপ

🔹 মেক্সিকো উপ-সাগৰত পৰিল ষ্টাৰশ্বিপৰ ধ্বংসাৱশেষ নিউজ ডেস্ক, ১৮ জানুৱাৰী : মাজ আকাশতে ভাঙি গ’ল এলন মাস্কৰ স্বপ্ণৰ ‘ষ্টাৰশ্বিপ’৷ পৰহি পৰীক্ষামূলকভাৱে এই মহাকাশযানখন উৎক্ষেপণ কৰা হয়৷ কিন্তু উৎক্ষেপণৰ মাত্র ৮ মিনিটৰ ভিতৰতে ভাঙি টুকুৰা টুকুৰ…

লিডুৰ বিচা গাঁ‌ৱত অসম-অৰুণাচলৰ হাজাৰ হাজাৰ লোক

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ উত্তৰ-পূবৰ এটি চিনাকী নাম চিংফৌ ৰজা বিচা নং চিংফৌৰ ৰাজ্যিক মৰ্যাদাৰে অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'য়। লিডুৰ ঐতিহাসিক বিচাগাৱঁৰ তেওঁৰ বাসভৱনৰ কাষত আয়োজিত শেষকৃতৰ অনুষ্ঠানত অসম চৰকাৰৰ হৈ জিলা আয়ুক্ত স্বপ্নীল পাল…

বধ কৰা হ’ব ৩০ লাখ কুকুৰ

🔹 চৰকাৰৰ ‘অমানৱীয়’ সিদ্ধান্তক লৈ বিশ্বজুৰি প্রতিক্রিয়া নিউজ ডেস্ক, ১৮ জানুৱাৰী : আগন্তুক ২০৩০ চনত ফিফা বিশ্বকাপ আয়োজনৰ পূর্বে মৰক্কোত বধ কৰা হ’ব ৩ নিযুত অর্থাৎ ৩০ লাখ গৰাকীবিহীন কুকুৰক৷ শেহতীয়াকৈ চৰকাৰৰ এই সিদ্ধান্তক লৈ বিশ্বজুৰি সৃষ্টি…

তিনিচুকীয়াত অসম ভিত্তিত ভাওনা সমাৰোহ-বাণিজ্য মেলা আৰম্ভ

📌 প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাক প্ৰদান কৰিব “আদৰ্শ উদ্যোগী মহিলা বঁটা” 📌 সদৌ অসম সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক প্ৰান্তিক গোস্বামীলৈ “সত্ৰৰ ৰত্ন” আৰু চাবুৱা মুনীন দত্তক “ভাওনা সাধক” বঁটা 📌 …

ৰাজেন দাসৰ আইৰন গাৰ্লছলৈ দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ কেৰালাত ১০ জানুৱাৰীৰ পৰা ৪০খন দেশৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা অষ্টম আন্তঃৰাষ্ট্ৰীয় ফ’কল’ৰ চলচ্চিত্ৰ মহোৎসৱত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰাজেন দাস পৰিচালিত “আইৰন গাৰ্লছ“ চলচ্চিত্ৰখনে৷ দেশ বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতাৰ ভূয়সী…

আনন্দৰাম বৰুৱা একাডেমিৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ বঁটা বিতৰণ-শিল্পী দিৱস

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ "সমাজত উচ্চ, মধ্য, নিম্ন আদি বহু স্তৰ আছে আৰু জীৱনৰ মাত্ৰ ১৪ বছৰ বয়সতে এই স্তৰ সমূহ নিৰ্ধাৰণ কৰি নাটক লিখিব পৰা মানুহ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সুবিশাল আৰু ব্যাপ্ত জীৱনৰ বিষয়ে…

চেম্পিয়নছ ট্রফী আৰু বিতর্ক

বিশ্বকাপ ক্রিকেটৰ পিছতে বিশ্ব ক্রিকেটত বিশেষ মর্যাদাসম্পন্ন প্রতিযোগিতাখনেই হ’ল চেম্পিয়নছ ট্রফী৷ ১৯৯৮ চনত প্রথমবাৰৰ বাবে প্রতিযোগিতাখন অনুষ্ঠিত হৈছিল৷ টেষ্ট ক্রিকেটৰ মর্যাদা লাভ নকৰা দেশসমূহৰ খেলৰ উন্নয়নৰ বাবে ধন সংগ্রহৰ উদ্দেশ্যে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৮ জানুৱাৰী, মাঘ মাহৰ ৪ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : শুভ মেষ : নিবনুৱা ব্যক্তিৰ কর্ম লাভৰ যোগ আছে৷ শৰীৰৰ ক্ষেত্রত শুভ ফল আশা কৰিব নোৱাৰে৷ ভ্রমণত সাৱধান হওক৷ প্রেমৰ ক্ষেত্রত বাধাসমূহ দূৰ হ’ব৷…

১৪৩সংখ্যক হাৰিভাংগা সভা মহোৎসৱ আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত হাৰিভাংগা সভা মহোৎসৱ। হাৰিভাংগাস্থিত কলীয়া গোসাঁই মন্দিৰ প্ৰাংগনত পাঁচদিনীয়াকৈ অনুষ্ঠিত ১৪৩ সংখ্যক সভা মহোৎসৱৰ কালি নিশা আনুষ্ঠানিকভাৱে উদ্বোধন…