নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দেশৰ মাটিত উপস্থিত আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ আজি আমেৰিকাৰ পৰা বিতাড়িত ১০৪ ভাৰতীয়ক লৈ এখন আমেৰিকাৰ সামৰিক বিমান শ্ৰীগুৰু ৰামদাসজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। পঞ্জাৱ আৰু চুবুৰীয়া ৰাজ্যৰ পৰা ১০৪জন অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই আনিছে…

ধুবুৰীত মালবাহী বাহন-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত আহত চালক

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ আজি দুপৰীয়া পিনে ধুবুৰী চহৰৰ ব্যস্ততম গুৰু টেগ্ বাহাদুৰ পথত এখন মালবাহী বাহন আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত বাইক চালক গৰাকী গুৰুতৰ আহত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে চাৰিচকীয়া এচ-০১এনচি ৮০৬০…

ধুবুৰীত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ বানপানী আৰু জলবায়ু পৰিবৰ্তনৰ বিষটোৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্য আজিৰ পৰা ধুবুৰী জিলাত আৰম্ভ হৈছে সুৰক্ষিত অসমৰ বাবে বাটৰ নাট শীৰ্ষক এক কাৰ্য্যসূচী। ধুবুৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত, ধুবুৰী জিলা…

বৰদুৱাৰ বাগানত অসম মাতৃ মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তীৰ কাৰ্যালয় মুকলি 

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত অৱস্থিত অসম মাতৃ মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তীৰ মুখ্য কাৰ্যালয় এটি আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ বৰদুৱাৰ বাগান বজাৰত নিৰ্মাণ কৰা…

হাইভল্টেজ : মুহূর্ততে শেষ ভাৰত–পাকিস্তানৰ মেচৰ টিকট

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ মাত্র কেইমিনিটমানৰ ভিতৰতে শেষ হ’ল আইচিচি চেম্পিয়নছ ট্রফীৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ হাইভ’ল্টেজ মেচখনৰ সকলো টিকট৷ সোমবাৰে মেচখনৰ টিকট অনলাইনত মুকলি কৰি দিয়া হয় যদিও মাত্র কেইটামান মিনিটৰ ভিতৰতে বহু…

ক্রমাগত ৩০খন টি-২০ মেচত জয়ৰ অংশীদাৰ শিৱম ডুবে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ ক্রমাগত ৩০খন টি–২০ মেচত জয়লাভৰ সোৱাদ লাভ কৰি বিশ্বৰ প্রথমগৰাকী খেলুৱৈ হিচাপে নজিৰ গঢ়িলে টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ শিৱম ডুবেই৷ ৱাংখেড়েত ইংলেণ্ডৰ বিপক্ষে খেলা পঞ্চম তথা অন্তিমখন টি–২০ত ভাৰতীয় দলটোৱে…

দিনাজপুৰত বাংলাদেশী দুষ্কৃতিকাৰীৰ ভাৰতত প্ৰৱেশৰ অবৈধ প্ৰচেষ্টা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ পশ্চিম বংগ সীমান্তৰ মাজেৰে ভাৰতলৈ নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে আজি পুৱা বি এছ এফৰ এটা টহলদাৰী দলক আক্ৰমণ কৰি এজন জোৱান আহত কৰে। অনুপ্ৰৱেশকাৰীয়ে বৃহৎসংখ্যক লাঠী লৈ…

তনয়া ৰক্ষীতলৈ জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰী : শোণিতপুৰৰ বালিপৰালৈ গৌৰৱ কঢ়িয়ালৈ এগৰাকী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীৰ নাম তনয়া ৰক্ষীত। বালিপৰাৰ বাসিন্দা মানস ৰক্ষীত আৰু দীপান্বিতা কৰৰ কন্যা তনয়া ৰক্ষীতে অসম জাতীয় বিদ্যালয়ৰ সদ্যঘোষিত ৰাজ্যিক বৃত্তি পৰীক্ষা ২০২৪-২৫ত…

সম্পাদকীয় : সাহিত্য সভাৰ ভৱিষ্যৎ

অসম সাহিত্য সভাক কেন্দ্র কৰি হোৱা বিভিন্ন বিতর্কই ৰাইজক অসন্তুষ্ট কৰিলেও সর্বসাধাৰণ ৰাইজে এই অনুষ্ঠানটিৰ প্রতি আন্তৰিক ভালপোৱা আৰু শ্রদ্ধা প্রদর্শন কৰি আহিছে৷ যি দলৰেই নহওক কিয়, চৰকাৰে এই বিশাল প্রতিষ্ঠানটিক বিভিন্ন ধৰণে সহায় কৰি আহিছে৷…

পিডব্লিউডি বিভাগত নিযুক্তিৰ সুযোগ

🔹 আবেদনৰ অন্তিম তাৰিখ ২৩ ফেব্রুৱাৰী অসম লোকসেৱা আয়োগে পিডব্লিউডি বিভাগৰ ৪টা সহকাৰী আর্কিটেক্ট পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷