ফিফা বিশ্বকাপ ২০২৬ত মেক্সিকোৰ ঐতিহাসিক সফলতা
ফিফা বিশ্বকাপ ২০২৬ত ৪৮খন দেশৰ অংশগ্ৰহণৰ মাজতে সহঃ আয়োজক মেক্সিকোৱে দক্ষিণ কোৰিয়াক ১-০ গ'লত পৰাস্ত কৰি শেষ ৩২ত স্থান নিশ্চিত কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছে। বৃহস্পতিবাৰে গুৱাডালাহাৰাৰ এষ্টাডিঅ’ আকৰ’ন ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘এ’ৰ খেলখনত…