যুদ্ধ শেষ : বুজাবুজিৰ চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে ইৰানৰ সৈতে হোৱা ১৪ দফীয়া বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। ফ্ৰান্সৰ এভিয়ান-লে-বেঁছত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়তে এই চুক্তিত স্বাক্ষৰ কৰা হয়। “মেম’ৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং” (MoU) নামেৰে…