নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শ্ৰেণীকোঠা কেলেংকাৰি, বিপদত চিছ’দিয়া-সত্যেন্দৰ

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ শ্ৰেণীকোঠা কেলেংকাৰি, পুনৰ বিপদত চিছ’দিয়া-সত্যেন্দৰ। বিদ্যালয়ৰ আন্তঃগাঁথনি প্ৰকল্পত ২০০০ কোটি টকাৰ আৰ্থিক অনিয়মৰ অভিযোগত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু প্ৰাক্তন পিডব্লিউডি মন্ত্ৰী সত্যেন্দৰ…

NSAৰ অধ্যক্ষ প্ৰাক্তন RAW-চীফ আলোক যোশী

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ NSAৰ অধ্যক্ষৰ আসনত প্ৰাক্তন RAW-চীফ আলোক যোশী। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ডত সালসলনি কৰিছে। ইয়াৰ…

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ এপ্ৰিলঃ বহু প্ৰতীক্ষাৰ অন্তত আজি ঘোষণা কৰা হল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। ফলাফল অনুসৰি উত্তীৰ্ণৰ হাৰ এনেধৰণৰ- বাণিজ্য শাখা প্ৰথম 6519, দ্বিতীয় 5760 আৰু তৃতীয় বিভাগ উত্তীৰ্ণ 2305 গৰাকী। উত্তীৰ্ণৰ হাৰ…

CJI বি আৰ গাভাইৰ নিযুক্তিত অনুমোদন ৰাষ্ট্ৰপতিৰ

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ বি আৰ গাভাই। ৰাষ্ট্ৰপতিয়ে তেওঁৰ নিযুক্তিত অনুমোদন জনায়। ১৪ মে’ৰ পৰা নতুন মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ল’ব ন্যায়াধীশ গাভাই। বৰ্তমানৰ CJIৰ ন্যায়াধীশ সঞ্জীৱ খান্নাৰ…

হাফলঙত সেনা-সন্দেহযুক্ত NSCN-ৰ সংঘৰ্ষ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ হাফলঙত সেনা-সন্দেহযুক্ত NSCN-ৰ সংঘৰ্ষ, নিহত ৩। ডিমা হাছাও জিলাৰ হাফলঙত মঙ্গলবাৰে পুৱা সন্দেহযুক্ত উগ্ৰপন্থী সংগঠন NSCN আৰু সেনা-আৰক্ষীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী সুত্ৰে…

হিমন্ত বিশ্ব শৰ্মা-ৰ নেতৃত্বত অসমৰ লোক সুৰক্ষিত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ এপ্ৰিলঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা-ৰ নেতৃত্বত আজি অসমত সুৰক্ষাৰ বাতাবৰণ, শান্তি-সমৃদ্ধিৰ বাতাবৰণ, বিকাশৰ বাতাবৰণ আৰু সকলো দিশতে এক শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে। সেয়ে আজি মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ ৰাইজ…

PoK দখলৰ ইয়াতকৈ ভাল সময় হ’বই নোৱাৰে, প্ৰাক্তন DGP

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ PoK দখলৰ ইয়াতকৈ ভাল সময় হ'বই নোৱাৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে। এই সন্দৰ্ভত জম্মু-কাশ্মীৰৰ প্ৰাক্তন ডিজিপি এছ পি বৈদ্যৰ এটা ডাঙৰ বক্তব্য পোহৰলৈ…

১ মে’ৰ পৰা ৪ মে’লৈ মুম্বাই ৰ NMACCত WAVES-2025

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ এপ্ৰিলঃ ১-৪ মে'লৈ মুম্বাই ৰ NMACCত WAVES-2025। অহা ১ মে তাৰিখৰ পৰা ৪ মে তাৰিখলৈ মুম্বাইৰ Nita-Mukesh Ambani Cultural Centre (NMACC) ত WAVES-2025 (World Audio Visual and Entertainment Summit-2025) অনুষ্ঠিত হব।…

জম্মু-কাশ্মীৰৰ ৫০টা জনপ্ৰিয় পৰ্যটনস্থলী – ৰিজ’ৰ্ট বন্ধ

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ ৫০টা জনপ্ৰিয় পৰ্যটনস্থলী - ৰিজ'ৰ্ট বন্ধ। শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰ চৰকাৰে সমগ্ৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫০টাতকৈও অধিক জনপ্ৰিয় পৰ্যটনস্থলী আৰু ৰিজৰ্ট…

ম’হঘুলি চাপৰিত তৎপৰতা, ৯ মে’ৰ পৰা ঢকুৱাখনা ত ফাটবিহু

নিয়মীয়া বার্তা, ২৯ এপ্ৰিল : ৯ মে'ৰ পৰা ঢকুৱাখনা ত ফাটবিহু। সাতামপুৰুষীয়া ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই অহা ৯ মে'ৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে চাৰিকড়ীয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰিত উদযাপন কৰা হ'ব ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু। আহোম…