নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শোকাৱহ লঞ্চ দুৰ্ঘটনা ৰ ১৩ বছৰ, দুখ-মিছা প্ৰতিশ্ৰুতিৰ জীয়া কাহিনী! 

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ শোকাৱহ লঞ্চ দুৰ্ঘটনা ৰ ১৩ বছৰ, দুখ-মিছা প্ৰতিশ্ৰুতিৰ জীয়া কাহিনী! কাইলৈ ৩০ এপ্ৰিল। ধুবুৰী জিলাৰ ৰাইজৰ স্মৃতিত সদায় অভিশপ্ত বুলি থাকি যাব ২০১২ চনৰ সেই বিশেষ দিনটো। ১৩ বছৰ পূৰ্বে ২০১২ চনৰ ৩০ এপ্ৰিলৰ দিনা সংঘটিত…

বৈভৱৰ বেটিং পৰাক্ৰমত পঞ্চমুখ চেলিব্ৰিটী , কেন্দ্ৰীয় মন্ত্ৰী

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ বৈভৱ সূৰ্যবংশীৰ বেটিং পৰাক্ৰমত পঞ্চমুখ চেলিব্ৰিটী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী। কালি নিশা গুজৰাট টাইটানছৰ বিৰুদ্ধে মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰা ৰাজস্থান ৰয়েলছৰ যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীৰ অসাধাৰণ আকৰ্ষণীয় বেটিঙে…

শ্রেষ্ঠ ফুটবল খেলুৱৈক ভেড়াৰ পোৱালি উপহাৰ

নিউজ ডেস্ক, ২৯ এপ্রিল : ফুটবল খেলত শ্রেষ্ঠ খেলুৱৈক পুৰস্কাৰ হিচাপে দিয়া হ’ল ভেড়াৰ পোৱালি! নৰৱেত চলি আছে এনে পৰম্পৰা৷ কোনো মেচত খেলুৱৈয়ে শ্রেষ্ঠ প্রদর্শন দাঙি ধৰিলে তেওঁক নগদ ধন, ট্রফী বা গাড়ী দিয়াৰ পৰম্পৰা আছে৷ কিন্তু নৰৱেৰ এটা ক্লাবত…

ভাৰতৰ ভুলৰ বাবেই পেহেলগাম কাণ্ড

নিউজ ডেস্ক, ২৯ এপ্রিল : জম্মু–কাশ্মীৰৰ পেহেলগাম-ত সংঘটিত সন্ত্রাসবাদী আক্রমণে সমগ্র দেশক কঁপাই তোলাৰ সময়তে ভাৰতীয় সেনাক লৈ বিতর্কিত মন্তব্য কৰিছে পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰ শ্বাহিদ আফ্রিদীয়ে৷ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ বাবে…

ভাৰত-এ ক্রয় কৰিব ২৬ ৰাফেল যুদ্ধ বিমান

নিউজ ডেস্ক, ২৯ এপ্রিল : ভাৰতৰ প্রতিৰক্ষা সক্ষমতাক উজ্জীৱিত কৰি তুলি ভাৰত আৰু ফ্রান্সৰ মাজত কালি ৬৩ হাজাৰ কোটিটকীয়া প্রতিৰক্ষা চুক্তি সম্পন্ন হয়৷ ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কমিটীয়ে নৌ–বাহিনীৰ বাবে…

পাকিস্তানৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ নতুন দিল্লী-ৰ

নিউজ ডেস্ক, ২৯ এপ্রিল : পাকিস্তানৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ ঘোষণা কৰে নতুন দিল্লী -এ। ভাৰতৰ বিৰুদ্ধে প্রৰোচনামূলক আৰু সংবেদনশীল সাম্প্রদায়িক মিথ্যাচাৰী প্রতিবেদন প্রচাৰৰ বাবে ১৬ পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰতে৷ জম্মু–কাশ্মীৰৰ…

অসম কৃষি বিশ্ববিদ্যালয়ত ৩৬টা পদত চাকৰি

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ ইচ্ছুক প্ৰাৰ্থীৰ বাবে তলত তালিকাত সবিশেষ আগবঢ়োৱা হ'ল।

য়েমেন-ৰ শৰণার্থী শিবিৰত বোমাবর্ষণ, নিহত ৬৮

নিউজ ডেস্ক, ২৯ এপ্রিল : পুনৰ আমেৰিকাৰ আক্রমণত ৰক্তাক্ত য়েমেন । ৰাজধানী ছানাৰ এক শৰণার্থী শিবিৰত মার্কিন বায়ুসেনাই চলোৱা বোমা আক্রমণত নিহত হৈছে ৬৮গৰাকী লোক৷ এই ঘটনাত আহত হৈছে অন্য ৪৭গৰাকী৷ উল্লেখনীয় যে শৰণার্থী শিবিৰত সংঘটিত এই আক্রমণৰ ঘটনাক…

১৪ বছৰীয়া বৈভৱৰ বেটিং তাণ্ডৱত দিশহাৰা গুজৰাট

বিশেষ বাৰ্তা, ২৯ এপ্রিল : ১৪ বছৰীয়া বৈভৱৰ বেটিং তাণ্ডৱত দিশহাৰা গুজৰাট। আইপিএলৰ ইতিহাসত দ্বিতীয় দ্রুত শতক কৰাৰ গৌৰৱ অর্জন কৰিলে ১৪ বছৰীয়া বৈভৱ সূর্যবংশীয়ে৷ চলিত আইপিএলৰ কালি জয়পুৰত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক…

পাকিস্তান-ক এঘৰীয়া কৰক

ধর্মৰ নামত সন্ত্রাসবাদৰ বিষবাষ্প বিয়পাই এতিয়া নিজৰ কবৰ নিজে খান্দিছে পাকিস্তান-এ৷ কাশ্মীৰৰ পেহেলগামত ২২ এপ্রিলত ২৬গৰাকী নিৰীহ পর্যটকক নৃশংসভাৱে হত্যা কৰাৰ অন্তৰালত যে পাকিস্তানৰ প্রত্যক্ষ হাত আছে সেয়া উন্মোচন হৈছে৷ পাকিস্তানৰ কুখ্যাত…