নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

হোটেল তাজ ভিভাণ্টাত মুকলি গ’ল্ডেন থ্রেডছ অৱ আছামৰ বিশেষ প্রদর্শনী

🔹 অসমৰ পৰম্পৰা–সংস্কৃতি হৈছে মুগা : ৰিণিকি ভূঞা শর্মা বিশেষ বাৰ্তা, ৬ এপ্রিল : অসমৰ স্বকীয় মুগা শিল্পৰ উত্তৰণৰ হকে অহোপুৰুষার্থ কৰি অহা গ’ল্ডেন থ্রেডছ অৱ আছামৰ উদ্যোগত ৫ এপ্রিলৰ পৰা দুদিনীয়া কার্যসূচীৰে মহানগৰীৰ খানাপাৰাৰ তাজ ভিভাণ্টাত…

আট্টাৰি সীমান্তৰে গোপনে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ

🔹 ৰাষ্ট্রীয় সংবাদ মাধ্যমত মুখ্যমন্ত্রী ড০ শর্মাৰ মহাবিস্ফোৰণ বিশেষ বাৰ্তা, ৬ এপ্রিল : যোৰহাটৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবার্ন গগৈৰ পাকিস্তান–আইএছআইৰে সম্পর্ক সন্দর্ভত অসম আৰক্ষীৰ এছআইটিয়ে পূর্ণগতিত তদন্ত চলাই আছে৷…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ এপ্রিল, চ’ত মাহৰ ২৩ তাৰিখ দেওবাৰ : তিথি– শুক্লা নৱমী, নক্ষত্র : পুনর্বসু, যাত্রা : নাই মেষ : ভাবি–গুণি কামত আগুৱাওক৷ সহজতে আনৰ কথাক বিশ্বাস নকৰিব৷ ভুল সংবাদত অনুগামী হ’লে ক্ষতি৷ বিদ্যাত অৱশ্যে বেয়া নহ’ব৷ ব্যৱসায়–বাণিজ্যত মজলীয়া ফল৷…

অগপৰ ধুবুৰী জিলাৰ দায়িত্বত প্ৰাক্তন ছাত্ৰ নেতা বিশ্বজিৎ কলিতা

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিল : শাসকীয় গোটৰ মিত্ৰদল অসম গণ পৰিষদ (অগপ) দলৰ ধুবুৰী জিলাৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে প্ৰাক্তন আছু নেতা বিশ্বজিৎ কলিতাই। প্ৰাপ্ত তথ্যনুসৰি, বিগত ৩ এপ্ৰিল তাৰিখে অগপৰ ৰাজ্যিক সভাপতি অতুল বৰাৰ আনুষ্ঠানিক অনুমোদন…

গাজাত পুনৰ ইজৰাইলৰ বোমাত নিহত ৫৫ পেলেষ্টাইনী

🔹 অসামৰিক লোকৰ বসতি অঞ্চলত আক্রমণ নিউজ ডেস্ক, ৫ এপ্রিল : সীমান্তৰ গাজা ভূখণ্ডৰ কিছু অঞ্চল দখল কৰি তাত নতুন কৰিড’ৰ নির্মাণ কৰাৰ কথা ঘোষণা কৰিছে ইজৰাইলে৷ সেইবাবে গাজাত প্রবল আক্রমণ চলোৱা হ’ব বুলি ঘোষণা কৰিছিল ইজৰাইলী সেনাই৷ সেই ঘোষণাৰ ২৪…

আমেৰিকাৰ পণ্যৰ ওপৰতো চীনৰ ৩৪ শতাংশ শুল্ক

🔹 ট্রাম্পৰ ‘শুল্ক বোমা’ৰ প্রত্যুত্তৰ জিনপিঙৰ নিউজ ডেস্ক, ৫ এপ্রিল : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ‘শুল্ক বোমা’ৰ এইবাৰ প্রত্যুত্তৰ দিলে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে৷ আমেৰিকাৰ পৰা আমদানি কৰা পণ্যৰ ওপৰত অতিৰিক্ত ৩৪ শতাংশ শুল্ক আৰোপ…

পাইলটৰ কফিনত পৰি কান্দোন তৰুণীৰ

🔹 বাগদানৰ পাছতে গুজৰাটৰ বিমান দুর্ঘটনাত মৃত্যু নিউজ ডেস্ক, ৫ এপ্রিল : কৈ গৈছিল ভাবীপত্নীক নিবলৈ আহিব৷ কিন্তু সেই কথা কথা হিচাপেই থাকি গ’ল৷ ঘূৰি আহিল ঠিকেই, কিন্তু কফিনবন্দী হৈ৷ সেই কফিন আঁকোৱালি ধৰি হিয়া ঢাকুৰি কান্দিলে তৰুণীয়ে৷…

জুকাৰবার্গ–বেজ’ছৰ ক্ষতি ৩,৩৮০ কোটি ডলাৰ

🔹 ট্রাম্পৰ নতুন শুল্ক নীতিৰ পৰিণাম নিউজ ডেস্ক, ৫ এপ্রিল : বিভিন্ন দেশৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ইয়াৰ ফলত আমেৰিকাসহ প্রায় সমগ্র বিশ্বৰ শ্বেয়াৰ বজাৰলৈ নামি আহিছে পতন৷ নিশাৰ ভিতৰতে…

২ কোটি টকাৰ প্রাসাদ ! আৰক্ষী কনিষ্টবলৰ বিলাসী জীৱন

🔹 ড্রাগছসহ গ্রেপ্তাৰ হৈ হেৰুৱালে চাকৰি নিউজ ডেস্ক, ৫ এপ্রিল : ড্রাগছসহ গ্রেপ্তাৰ হৈছিল বুধবাৰে৷ এইবাৰ চাকৰিটো হেৰুৱাবলগীয়া হ’ল পঞ্জাব আৰক্ষীৰ মহিলা কনিষ্টবল অমনদীপ কৌৰে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, অমনদীপৰ বিৰুদ্ধে ইয়াৰ পূর্বেও…

পেংগুইনৰ বিচৰণ ভূমিতো মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্ক আৰোপ

🔹 অন্তিমবাৰ মানুহৰ পদচিহ্ন পৰিছিল এক দশক পূর্বে নিউজ ডেস্ক, ৫ এপ্রিল : এণ্টার্কটিকাৰ ওচৰৰ নির্জন, আগ্নেয় দ্বীপো মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ শুল্ক নীতিৰ পৰা ৰক্ষা পৰা নাই৷ সেই দ্বীপবোৰত কেৱল আছে হিমবাহ, পেংগুইন আৰু অন্যান্য পক্ষী৷…