মৰ্মান্তিক… কুঁৱাত ডুবি আঠজনৰ প্রাণহানি
🔹 তিনিজন গঞাক বচাবলৈ পাঁচজনৰ কুঁৱাত জাঁপ
নিউজ ডেস্ক, ৫ এপ্রিল : মেলাৰ পূর্বে কুঁৱা পৰিষ্কাৰ কৰিবলৈ নামিছিল গাঁৱৰ তিনিজন বাসিন্দা৷ বিষাক্ত গেছত হঠাৎ অসুস্থ হৈ পৰে তেওঁলোক৷ প্রতিৱেশীসকলে বিপদ বুজিব পাৰি তেওঁলোকক ৰক্ষা কৰিবলৈ চেষ্টা চলায়৷…