নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

india

কংগ্রেছে কিয় নেতা ধৰি ৰাখিব নোৱাৰে

মামুন ইমদাদুল হক চৌধুৰী প্রথমতে ভাৰতীয় জাতীয় কংগ্রেছ নামেৰে আৰম্ভ হৈ পিছলৈ বহুবাৰ বহুধাবিভক্ত হোৱা ‘কংগ্রেছ’ নামৰ দলটোৱে কংগ্রেছ (ৰুলিং)ৰে পাৰ হৈ কংগ্রেছ (ইন্দিৰা) নাম লৈ পুনৰ ভাৰতীয় জাতীয় কংগ্রেছ নামেৰে চলি আছে৷ বয়স আৰু শাসন…

গণৰাজ্য দিৱসত দেশবাসীক জয়ৰ উপহাৰ দিলে কোহলি বাহিনীয়ে; ২-০ ৰে অগ্ৰগতি টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ প্রথম টি–২০ ত দুর্দান্ত জয়েৰে আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই আজি পুনৰ নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন মেচত জয় লাভ কৰে । অকলেণ্ডৰ হাই স্ক’ৰিং ইডেন পার্কত অনুষ্ঠিত হোৱা এই মেচখনত ভাৰতে কে এল ৰাহুল আৰু…

বাংগালুৰুত আজি নির্ণায়ক এদিনীয়া; প্ৰৱল আত্মবিশ্বাসী টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ বিশ্ব ক্রিকেটৰ দুই শক্তিশালী দল ভাৰত আৰু অষ্ট্রেলিয়াই আজি তৃতীয় তথা নির্ণায়ক এদিনীয়াত শ্রেষ্ঠত্বৰ যুঁজত নামিব৷ বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই শুকুৰবাৰে নিশা দুর্দান্ত জয়েৰে শৃংখলালৈ প্রত্যাৱর্তন ঘটোৱাৰ…

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ বাংলাদেশক দ্বিতীয় টেষ্টত ইনিংছৰ ব্যৱধানত বিধ্বস্ত কৰি ভাৰতে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে। বাংলাদেশৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা হস্তগত কৰা টীম ইণ্ডিয়াৰ পইণ্টৰ…

পাৰমাণৱিক ক্ষমতা সমপন্ন পৃথিৱী-২ মিছাইলৰ সফল পৰীক্ষণ

নিয়মীয়া বাৰ্তাঃ ভাৰতে বুধবাৰে সফলভাৱে উড়িষ্যাৰ উপকূলত দুটা পৃথিৱী-২ পাৰমাণৱিক বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ কৰে। সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে এই মিছাইল কেইটা নিৰ্মাণ কৰা হৈছে। ৩০০ কিঃমিঃ দূৰত্বৰে এই পৰীক্ষণ সামৰিক কাৰ্যসূচীৰে সমপন্ন কৰা…

ইন্দোৰ টেষ্টত বৃহৎ জয় ভাৰতৰ

নিউজ ডেস্ক ১৬ নৱেম্বৰঃ ইন্দোৰত অনুষ্ঠিত ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰথম টেষ্ট ক্ৰিকেট মেচখনত ভাৰতে এক ইনিংছ আৰু ১৩০ ৰাণত জয় লাভ কৰিছে। এই জয়ৰ লগতে ভাৰতে টেষ্ট শৃংখলাত ১-০ বৃদ্ধি কৰিছে। ইন্দোৰ টেষ্টত বাংলাদেশে টছত জিকি বেটিং কৰকাৰ সিদ্ধান্ত…