নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

SUPREME COURT OF INDIA

ফেব্রুৱাৰীত ৬ জনগোষ্ঠী বর্তমানৰ জনজাতি সংগঠনৰ বৈঠক

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ  অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ অহা ফেব্রুৱাৰীৰ ভিতৰত উক্ত ছয় জনগোষ্ঠীৰ নেতৃত্ব আৰু বর্তমানৰ জনজাতি সংগঠনৰ নেতৃত্বৰ মাজত চৰকাৰে মুখামুখি বৈঠক অনুষ্ঠিত কৰিব৷ সেই বৈঠকৰ পিছতেই জনজাতিকৰণৰ বিষয়টোক লৈ বহু…

‘কা’ গোচৰঃ আজি উচ্চতম ন্যায়ালয়ে ল’ব প্রথম শুনানি; নিৰ্ণয় হ’ব অসমৰ ভৱিষ্যত

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ লগতে একাধিক ব্যক্তিয়ে দাখিল কৰা আবেদনৰ আজি প্ৰথম শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । ইতিমধ্যে 'কা'ৰ বিৰুদ্ধে এক ডজনৰো অধিক আবেদন দাখিল কৰা হৈছে উচ্চতম…

‘কা’ৰ বিৰুদ্ধে এক ডজনৰ অধিক গোচৰঃ ১৮ ডিচেম্বৰত ছুপ্রিম ক’টত প্রথম শুনানিৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা ,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে আইনী যুঁজত নামি পৰিছে একাংশ দল–সংগঠন, ব্যক্তি বিশেষে ৷ ‘কা’ক সংবিধানবিৰোধী, বিভেদকামী আৰু বৈষম্যমূলক আখ্যা দি বর্তমানপর্যন্ত সদৌ অসম ছাত্র সন্থা (আছু)ৰ লগতে অন্য বহুতে উচ্চতম…

আজি উচ্চতম ন্যায়ালয়ে দিব ৩ টাকৈ গুৰুত্বপূৰ্ণ ৰায়দান

নিউজডেস্ক, ১৪ নৱেম্বৰঃ বৃহস্পতিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব তিনিটাকৈ গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান । এই বিশেষ তিনিটা গোচৰৰ হৈছে- সাৱৰিমালা গোচৰ, ৰাফেল যুদ্ধ বিমান কেলেংকাৰী আৰু চৌকিদাৰ চৌৰ হে গোচৰ । উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য…