নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কৃষি বিশ্ববিদ্যালয়ত ৩৬টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ এপ্রিল

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ ইচ্ছুক প্ৰাৰ্থীৰ বাবে তলত তালিকাত সবিশেষ আগবঢ়োৱা হ’ল।

You might also like