কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত ৪০৩টা পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ৬ জুন
কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (CISF)ত ক্রীড়া শিতানৰ বাবে সংৰক্ষিত ৪০৩টা কনিষ্টবলৰ পদ পূৰণ কৰা হ’ব৷