নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪গৰাকী মহিলাক বিয়া পতা প্ৰৱঞ্চকজন

খুব সংগোপনে ৪৮ বছৰত বিয়া পাতিছে ১৪গৰাকী মহিলাক। অৱশেষত গ্ৰেপ্তাৰ হ’ল প্ৰৱঞ্চকজন। ওড়িশাৰ কেন্দ্ৰপাৰা জিলাৰ এখন গাঁৱৰ এই ধুৰন্ধৰ লোকজনে কেৱল বিয়া পাতিয়ে মহিলাসকলক প্ৰতাৰণা কৰা নাই। তেওঁলোকৰ পৰা ধন লৈও পলায়ণ কৰিছে। কালি ভূৱনেশ্বৰৰ পৰা আৰক্ষীয়ে এই লোকজনক গ্ৰেপ্তাৰ কৰিছে। মানুহজনে প্ৰথম বিয়া পাতিছিল ১৯৮২ চনত। দ্বিতীয় বিয়া পাতে ২০০২ চনত। কিন্তু ২০০২ চনৰ পৰা ২০২০ চনৰ ভিতৰত তেওঁ মেট্ৰিমনিয়েল ৱেবছাইটৰ জৰিয়তে আন মহিলাসকলৰ সংস্পৰ্শলৈ আহে আৰু বিবাহ পাতে। মুঠতে ৭খন ৰাজ্যৰ মহিলাক বিয়া পাতি তেওঁলোকৰ পৰা ধন আহৰণ কৰি পলায়ন কৰে লোকজনে।

You might also like