আজিৰ দিনটোৰ ৰাশিফল
মেষ ঃ বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰিব৷ চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা৷ প্রেম–প্রণয়ত আৱেগ বৃদ্ধি৷ শুভ ৰং গুলপীয়া৷ সংখ্যা ৬৷
বৃষ ঃ স্বাস্থ্যৰ ক্ষেত্রত সিমান বেয়া দেখা নাযায়৷ উচ্চ বিদ্যাত সাফল্য পাব৷ দাম্পত্য বিবাদ থাকিব৷ দূৰ ভ্রমণৰ ইচ্ছা মনত জাগিব৷ শুভ ৰং নীলা, সংখ্যা ৭৷
মিথুন ঃ দিনটোত অনাৱশ্যক খৰচৰ মাত্রা বৃদ্ধি পাব৷ প্রেম–প্রণয়ন আৱেগ বৃদ্ধি৷ সন্তানৰ প্রতিভাৰ বিকাশ৷ উচ্চ বিদ্যাত সাফল্য পাব৷ শুভ ৰং গুলপীয়া, সংখ্যা ৭৷
কর্কট ঃ চাকৰিয়ালৰ উৎসাহ–উদ্দীপনা বৃদ্ধি পাব৷ আর্থিকত বেয়া দেখা নাযায়৷ প্রেমত শুভ ফল আশা কৰিব পাৰে৷ বিদ্যাত মজলীয়া৷ শুভ ৰং নীলা, সংখ্যা ৬৷
সিংহ ঃ শাৰীৰিক মধ্যম বুলি ক’ব পৰা যায়৷ চাকৰিয়ালৰ কাৰণে ভাল৷ ব্যৱসায়ত নতুন কামত হাত দিব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং বগা, সংখ্যা ২৷
কন্যা ঃ সন্তানৰ প্রতি নজৰ ৰাখক৷ দূৰ ভ্রমণৰ যোগ৷ বিদ্যার্থীসকলৰ দিনটো ভালেই৷ নিবনুৱাৰ ভাল–বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব৷ শুভ ৰং হালধীয়া, সংখ্যা ৬৷
তুলা ঃ আপুনি আজি ঘৰৰ পৰা ওলোৱাৰ আগত মন্দিৰত চাকি জ্বলাই ওলাব৷ সন্তানৰ পৰা ভাল খবৰ পাব৷ চাকৰি ক্ষেত্রত ভাল৷ শুভ ৰং ৰঙা, সংখ্যা ২৷
বৃশ্চিক ঃ প্রতি–পত্নীৰ মনোমালিন্য দেখা যায়৷ খৰচৰ মাত্রা কিছু পৰিমাণে বাঢ়িব৷ শুভ ৰং বগা, সংখ্যা ২৷
ধনু ঃ সিদ্ধান্ত লোৱাৰ ক্ষেত্রত আৱেগ বর্জন কৰক৷ বৃদ্ধ ব্যক্তিসকলে নিজৰ শৰীৰৰ প্রতি যত্ন লওক৷ প্রেমত অশুভ৷ শুভ ৰং ক’লা, সংখ্যা ৬৷
মকৰ ঃ বিয়াবাৰুৰ যোগাযোগত বাধা থাকিব৷ দূৰ ভ্রমণ আছে৷ প্রেমত মধ্যম৷ শুভ ৰং সোণালী৷ সংখ্যা ৭৷
কুম্ভ ঃ সামাজিক ব্যস্ততাত বৃদ্ধি হ’ব৷ বিদ্যাত সিমান ভাল দেখা নাযায়৷ স্বাস্থ্য ঠিকেই থাকিব৷ গৱেষণা কর্মত অগ্রগতি৷ শুভ ৰং ৰঙা, সংখ্যা ৬৷
মীন ঃ দিনটো বিদ্যাত সিমান বাধা নাই৷ শৰীৰৰ ভালেই দেখা যায়৷ বন্ধুৰ পৰা সহায় পাব৷ প্রেমত শুভ, শুভ ৰং গুলপীয়া৷ সংখ্যা ২৷