✅ডিব্ৰুগড়ৰ এটা চিকিৎসা কৰ্মীৰ দল ব্ৰহ্মপুত্ৰত আৱদ্ধ!
✅চিকিৎসা সেৱা কৰিবলৈ গৈ নদীৰ গতিপথ হেৰুৱাই আবদ্ধ চাপৰিত!
✅চিকিৎসকৰ লগতে এটা পেৰামেডিকেল দল আছিল!
✅নদীৰ পানী বাঢ়ি অহাত নিশা চাপৰিত আশ্ৰয়!
✅মহিলা আশা কৰ্মী থকাৰ সন্দেহ!
✅পৰিয়ালত হাহাকাৰ!
✅চাৰখলিয়া চাপৰি গৈছিল।
আবদ্ধৰ তালিকা
👉বিশাল শইকীয়া, ডি পি অ’
👉ডাঃ দীপ জ্যোতি ডেকা, চিকিৎসা বিষয়া
👉সিদ্ধনাথ গগৈ, লেব টেকনিচিয়ান
👉অপুল কুমাৰ দাস, ফাৰ্মাচিষ্ট
👉দময়ন্তী দাস, এ এন এম
👉হিমানী ৰায়, এ এন এম
👉ৰমাকান্ত যাদৱ, চি ডব্লিউ
👉শ্যাম যাদৱ, চালক
👉ৰামচন্দ্ৰ যাদৱ, মাঝি
👉প্ৰমোদ দত্ত, কুক
👉জীৱন পল, সহায়ক
প্ৰেৰক বিভাষ দুৱৰা