নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহী দম্পতী। থিতাতে নিহত ত্ৰৈলোক্য ডেকা আৰু ৰুণু ডেকা। নিহত বাইক আৰোহীদ্বয়ক পিছফালৰ পৰা ডাম্পাৰখনে মহতিয়াই নিয়াত সংঘটিত হয় এই দুৰ্ঘটনা। সমগ্ৰ দুৰ্ঘটনাৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত। স্থানীয় লোকে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ। মৃত ত্ৰৈলোক্য ডেকা ভাৰতীয় সেনাৰ প্ৰাক্তন চুবেদাৰ।
You might also like