বিশেষ বাৰ্তা, ৬ অক্টোবৰঃ ৰাজ্যত অব্যাহত আছে হাত দঙা প্ৰতিযোগিতা। চৰকাৰী চাকৰিৰ টকাৰে পেট নভৰা এইসকল কৰ্মচাৰীয়ে উৎকোচ নহলেই কামেই কৰিব নিবিচাৰে। লগে লগে ভিজিলেঞ্চেও ৰাখিছে সতৰ্ক দৃষ্টি। আজিও তাৰ ব্যতিক্ৰম নহল। এইবাৰ স্থান গুৱাহাটী। গুৱাহাটীৰ ছেবাৰ মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰী চৈয়দ আৰিছুদ্দিন আহমেদে টকা লৈ ভিজিলেঞ্চৰ হাতত ধৰা পৰে। আহমেদে মেট্ৰিক পৰীক্ষাৰ চাৰ্টিফিকেট সংশোধনীৰ নামত টকা লৈ ধৰা পৰিছে আৰিছুদ্দিন আহমেদ ।
Prev Post
You might also like