নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ হিংসাক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ দিল্লীৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বুধবাৰে টুইট যোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লীৰ জনতাক শান্তি-শৃংখলা বজায় ৰাখিবলৈ আহ্বান জনায় ।

ইপিনে দিল্লীৰ এই হিংসাৰ বাবে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে বুধবাৰে এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক জগৰীয়া কৰিছে ।

You might also like