নিয়োগ বাৰ্তা মীন বিভাগ-ত ৩২টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ২ জুন By নিয়মীয়া বাৰ্তা On May 5, 2025 Share অসম লোকসেৱা আয়োগৰ অধীনত অসম চৰকাৰৰ মীন বিভাগ-ত ৩২টা জুনিয়ৰ ইঞ্জিনীয়াৰ (চিভিল)ৰ পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ Featured Share